পৃষ্ঠা:ৰাভা জনজাতি.djvu/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮৮ ৰাভা জনজাতি অতীজতে ‘ খোচি’ পূজাৰ পৰিচালনাৰ দায়িত্ব ৪ ট প্ৰধান বায়ৰ মানুহৰ ওপৰত অৰ্পণক হৈছিল।আনবাৰায় বা গোত্ৰৰ মানুহেএই পূজাৰকামত হস্তক্ষেপকৰিব নোৱাৰিলি। সেই অনুযায়ী (১) চুং' বাৰায়ে পূজা কৰিছিল (২) পাম ৰায়ে পূজাৰ সামগ্ৰীবোৰ মোগান ধৰিছিল, (৩)ংবাৰায়ে মদ আৰু পূজাৰ ভোগ আদি প্ৰস্তুত কৰিছিল আৰু(৪) টৈটং বায়ে দাইদী’ নামৰ ধাতু পাত্ৰ (কাঁহৰ পূজাৰ সময়ত ধ্বনিত কৰিছিল। ৰাভা গাৱৰ বিভিন্ন অঞ্চলত বিভিন্ন প্ৰকাৰে‘খোচি’ পূজা কৰে। কিছুমান ঠাইত খোকচি পূজাক ‘যোনি’ পূজাৰেই ৰূপান্তৰ বুলি ভবা হয়। যি ঠাইত থোকচি পূজা কৰা হয় তাত ‘যোনি’ আকাৰৰ মাটিৰ মণ্ডপ তৈয়াৰ কৰি তাৰ ওপৰত ঠিক ‘যোনি’ সদৃশ ডাঙৰ বহল চেপেটা আকাৰৰ শিল এচটা বহুৱাই মণ্ডপটোৰ জোখমতে নতুন বগা কাপোৰ এড়োখৰেৰে চাৰি কোণে চাৰিটা খুটি পুতি চান্দোৱা (চন্দ্ৰতাপ) টানি ৰখা হয়। ‘খোকচি দেৱীক ৪ টা ৰূপত ৰূপায়িত কৰি পূজা কৰি অহা দেখা যায়। (১) দাদুৰী (২) ছুহাৰী (৩) নাকাটি আৰু (৪) তামাই। অতীজতে দাদুৰী পূজা গোৱালপাৰা চহৰৰ ৬ মাইল পশ্চিমে দাৰিদুৰী নামে গাৱত কৰিছিল। দাদুৰী পূজা কৰা বাবে ঠাইখনৰ নাম দাদুৰী> দাৰিদুৰী হয়। এই পূজাক ‘অগ্নি পূজা’ বুলিও অভিহিত কৰা হয়। এই পূজা বৰ বিপদজনক। এই পূজাত অগ্নি উপাসনা কৰা হয়। কাঠৰ মেজি সাজি তাৰ চাৰিওফালে ঘূৰি ঘূৰি নৃত্যগীত কৰে। পূজাৰ কামত ব্যতিক্ৰম হলেই জুইত পৰি মানুহৰ মৃত্যুও হব পাৰে। জুইৰ আঙঠাৰ ওপৰত নাচি নাচি জুই নুমাব লাগে। এই পূজা হাতীশিলা, ফটামাটি নামে ঠাইতত কৰা হৈছিল। এই দেৱীৰ প্ৰতীক ‘শিল’। টিক্ৰিকিল্লাৰ ওচৰেদি বৈ যোৱা ‘ঘণ্ডৱা নৈৰ পাৰত ফুৰী দেৱীৰ পূজা কৰা হৈছিল। এই পূজা হাতীশিলা গাওঁতো কৰা হৈছিল। এই ছুহাৰী দেৱীৰ পূজাক লতা পূজা বা লেওৱা টানা পূজা বুলিও অভিহিত কৰা হয়। এই দেৱীৰ প্ৰতীক ৰূপৰ চন্দ্ৰহাৰ। নাকাটি’ দেৱীৰ পূজা চক্ৰপূজা বা ব্যুহ পূজা বুলি অভিহিত কৰা হয়। এই পূজা আগতে সাতবেংকা’ নদীৰ পাৰত কৰিছিল। টিক্ৰিকিলাতে এই পূজা কৰা হৈছিল। এই দেৱীৰ প্ৰতীক ‘পৰ হানচা'। তামাই’ দেৱীৰ পূজাৰ দেৱনি’ বা ‘ দেনি পূজা বুলি অভিহিত কৰা হয়। এই পূজা মাংপানী’ বিলৰ কাষত কৰা হৈছিল। এই পূজাও বৰ বিপদজনক। পূজাৰ সময়ত যুদ্ধৰ সাজ-পোচাকেৰে সুসৰিত হৈ নৃত্য কৰে। লগতে সুৰ্গ (কিলা) ভাঙি পেলায়। ‘বি’ এটা মানুহে সজোৱা কৃত্ৰিম পাহা। পাহাৰত সুৰ আকৃতিৰে ৰ ওখকৈ কাঠৰ দেৱালব হয়। দেখায় ২০/ খেহ।এই দেৱালত উঠি মানুহবোৰে নৃতকনিকৰিদুৰ্গাপণভক্তি দিলেন ছায়েতে সাবধাননহলেমানুহৰ ত্যুিও হব পাৰে।এই দেক বজি এস ৰিক যেক্ষেৰ কৰি পূৰ উৎপতিকথা