পৃষ্ঠা:ৰাভা জনজাতি.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪১ যেন:- (ক) অৰুনদ্ধ বাদ্য, (খ), (গ) বিবাদ্য আৰু (ঘ) তত বাধ্য। এই শাস্ত্ৰসম্মতবাদ্য সমূহ ৰাভাসকলৰ মাজতে আছে। তত এই বাদ্যমূহ আলোচনা কৰা হলঃ- (ক) অনবদ্য (১) ম (দীঘল ঢোল):গমাৰি গছৰা আন কোনো অগঠি’ গছ বেছি দীঘল কৰি কাটি লোৱা হয় আৰ ভিতৰ অংশৰকাঠ খুলি উলিওৱা হয়। তাৰ এটা মূৰ হৰিণাৰ চামৰাৰে মজবুতকৈ চিলাই কৰি দল ঢোল তৈয়াৰ কৰা হয়। ঢোলৰ দোকান (বৰতি) বেত বা চামৰাৰে সুন্দৰকৈ তৈয়াৰ কৰা হয়।ইয়াকে গৰুৰ ম বুলি কোৱা হয়। ইয়াৰ ব্যাস ১ ফুট মান কৰি লোৱা হয়। (২) খামনালুক(সৰু ঢোল):-এইবাদ্য তৈয়াৰ কৰিবলৈ হলেও ভালকাঠৰ আৱশ্যক। ১ ফুট দীঘল আৰু ২ ফুট ব্যাস এডোখৰ কাঠ গুলি ছগলীৰ চামৰাৰে দুয়ো ফালে চিলাই কৰি ঢোল তৈয়াৰ কৰা হয়। এই ঢোলটো সাধাৰণতে বিয়াৰ সময়ত আৰু পূজাৰ সময়ত বজোৱা হয়। (৩) তাচা এই বাদ্য তৈয়াৰ কৰিবলৈও ৬ ইঞ্চি দীঘ আৰু ২ফুট ব্যাস এড়োখৰ কাঠ খুলি দুয়ো ফালে ছাগলীৰ চামৰাৰে চিলাই কৰি এই ভাতা বাদ্য তৈয়াৰ কৰা হয়। এই বাদ্যও বিয়াৰ সময়ত আৰু পূজাৰ সময়ত বজোৱা হয়। (খ) যন বাস্য। (১) দাদি (কাঁহ বাদ্য)—এই দ্য কাহ-পিতলৰ ধাতুৰ দ্বাৰা নিৰ্মিত কৰি লোৱা হয়। ইয়াৰ ব্যাস সাধাৰণতঃ ৬ ইঞ্চি বা ১ইঞ্চি। এই বাদ্য বিয়া বা পূজাৰ সময়ত বজোৱাৰ উপৰিও যি কোনো জাতীয় নৃত্য-গীতৰ তালে তালে কোৱা হয়। (গ) সুষিৰ বাদ্য। (১) হিগা (শিঙা)-এহাত বা ডেৰ হাত দীঘল জোৰমতে মহৰ শিঙেৰে তৈয়াৰ কৰি লয়। এই বাদ্য পূজাৰ সময়ত, গীতসময় এনেকিফাহিকভাবে কোনো ডাঙ মাছ থকা বিলত মাহমৰাৰ আগজাননী দিনও বয়ঃসনি দ্বাও শিঙা প্ৰস্তুত কৰি (কাবা) নৃত্যগীত তালেতালেসুললিত সুয়ে। (২)মুনাটি(মুবাহী)-আতিহনইলৰহয় ১হাতমান পীকে তৈয়াৰ কৰা এবি বাঁহী।এই হিল তেতু এটা খৰ ভিত মুনছ ইলিনি