পৃষ্ঠা:ৰাভা জনজাতি.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘৰুৰা জীৱন কোচা ৰাভাসকলৰ লুফুন এই জাতীয় সাজপাৰ। (২) কাহূইয়াক ৰিহা বুলিয়ে কব পাৰি। গাভৰু ছোৱালী আৰু তিৰোতাসকলে বুকুখন ঢাক খোৱাকৈ ২ হাত দীঘল আৰু হাত বহল জোখত এই কাপোৰখন বৈ লয়। ইয়াক কিছুমান ৰাভা গাৱঁত কাম্বং’ বুলিও কয়। (৩) দাবাং'—এই কাপোৰ তিৰসকলে মূৰতব্যৱহাৰকৰে।চুলি-খোপিঢাক খোৱাকৈ তিৰোতাসকলে এই কাপোৰ মূৰত বান্ধে। ই দীঘলে ৩ হাত আৰু বহুলে ১ হাত। উক্ত তিনি বিধ কাপোৰ ক্ৰমে ‘লাহাৰঙী’,(লা বৰণীয়া) নতুবা বগা বৰণীয়া আৰু কল সূতাৰ দ্বাৰা তৈয়াৰ কৰা হয়। বিবাহৰ সময়ত এই তিনি বিধ কাপোৰেৰে সাজ-পাৰ পিন্ধোৱা সমাজৰ বাধ্যতামূলক নীতি। (৪) পাজাল (চুৰি)ঃ-ইদীঘলে ৪/৫ হাত আৰুবহলে ১হত।ইয়াকম মানুহবোৰে পিন্ধে। কোনো কোনো গাৱঁত ইয়াক কালাই’ বা ‘গাছা বুলিও কয়। (৫) খছনে’ বা ‘খোপংমতা মানুহবোৰে এই কাপোৰেৰে মূৰ বান্ধে। ই ৩৪ হাত দীঘল আৰু ১ হাত বহল। ই এখন ফুলাম কাপোৰ। ইয়াক চমুকৈ ‘ ফাচে’ বুলিও কয়। ফাককে অৰ্থ ফুলাম। ১ (৬) ফালি’ বা ‘হেংকানে—৩ হাত দীঘল আৰু ২ হাত বহৰ এখন কাপোৰ মত মানুহবিলাকে কঁকালত মেৰাই লয়। ইয়ো এখন ফুলাম কাপোৰ। (৭) বুকচিল’—আগতে ৰাভাসকলে চুটি হাতৰ চোলা নিজ হাতে তৈয়াৰ কৰি পিন্ধিছিল। তাকেই বুকচিল’ বা বালি’ বুলি কোৱা হয়। (৮) পাহ’-মতা মানুহবিলাকে এই কাপোৰ গাত পিন্ধে। সাধাৰণতে এডি সূতাৰে এই কাপোৰ তৈয়াৰ কৰি লয়। (৯) জা’বা আংচা’:—মাইকী মানুহবিলাকে গাত লোৱা বিশেষ চাদৰ।আধুনিক সভ্যতাৰ লগে লগে ৰাভা মানুহে আধুনিক সাজ-পৰিচ্ছদে ব্যৱহাৰ কৰিব ধৰিছে; আৰু সেইবোৰ নিজৰ ভাষাৰে নামাকৰণ কৰিছে। তাৰে কেইটামান উল্লেখ কৰা হলঃ- লংপেণ্ট (পেট্‌লং), পায়জামা (ইজাৰ, গেঞ্জি(গু@ি), ধুতি(পাজাল), চেলেং(আকা), জামা(মা),মাল (ফালি), ধোচা (অনায়), জলগামো ( চিকায়) আউট(বুবি, বিছা চাদৰ (দানকায় নেন), যুলাম কাপোৰ (পাৰ নে) ইত্যাদি। ‘লেন’অৰ্থকাপোৰ আগতেৰাভা তিৰোতাসকলেকাত wিংলৈকাপোৰ বৈ লৈছিল। বৰ্তমান উৰা মালেৰে তাত শালত কাপোৰ বলি। বিকেল আগৰেপৰ বোফটাত পাকৈত। যি তিতোই সূকাটিৰ নাজানে, বন বিদ্যা নাজানে,