পৃষ্ঠা:ৰাভা জনজাতি.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভূমিকা ১১ আগতে সকলো দেৱ-দেৱী আৰু ভূত-প্ৰেতৰ পূৰ দায়িত্ব ৪টা প্ৰধান বাৰায়ৰ ওপৰত অৰ্পণ কৰা হৈছিল। আন বায় বা গোত্ৰৰ মানুহে এইবোৰ পূৰ কাষত হেনন কোনো হস্তক্ষেপ কৰিব নোৱাৰিছিল। এইমতে- (১) চুয়ে পূজা কৰিছিল। (২) পাম’ বাৰায়ে পূজাৰ সামগ্ৰীবোৰ যোগান ধৰিছিল। (৩) জুবায়ে মদ আৰু পূজাৰ ভোগ আদি প্ৰস্তুত কৰিছিল আৰু টেটং’ বাৰায়ে আইসি’ না ধাতু (কাহ) পাত্ৰ পূজাৰ সময়ত ধ্বনিত কৰিছিল। M. Martin 67216 Cocoa Ferrero 'Estern Vibdia's TCA *** Core অতীজতে ‘বিংগা, ৰিংগা’ আৰু ৰাভা’ নামে তিনিটা জাতিৰ দল। ইয়াৰ ভিতৰত ৰাভা দলটোৱে বিংগা, ৰিংগা এই দুয়োটা দলৰ ওপৰত প্ৰাধান্য বিস্ত কৰি আছিল। শেষত এই দুয়োটা দল ৰাভা দলৰ লগত সম্পূৰ্ণভাৱে সংমিশ্ৰিত হৈ গৈলি আৰু তাৰ পিছৰ পৰা এই তিনিটা দলৰ সমষ্টিটোৱে ৰাভা জাতি হিচাপে পৰিচিত হৈ জনপ্ৰিয় হৈ উঠিছিল। ৰাভাসকলৰ মতে সকলো দেৱতাৰ ভিতৰত বিছি’ দেৱতই এখন শক্তিশালী। এই দেৱতাৰ পত্নী চাৰিপক। তেওঁলোকৰ মতে এই দেৱ-দেৱী গত (কোং) বাস কৰে। ৰিছি’ দেৱতাৰ আদেশ অনুযায়ী ‘ তাব্ৰা’ নামে এজন দেৱতাই এই পৃথিৱীখন সৃষ্টি কৰিছে। ৰাভাসকলে ‘ৰিছি’ দেৱতাক পূজা কৰে। কিন্তু তাৰা দেৱতাক পূজা নকৰে। এওঁলোকে কোনো মূৰ্তি পূজা নকৰে। তেখেতে কেইটিমানহে তাৰ দেৱ-দেৱীৰ নাম উল্লেখ কৰি গৈছে। যেনে-পুৰুষ দেৱতা মহে, নপাল, খাল, ঠাকুৰ, সোণাৰায়, ৰূপাৰায় আৰু তিৰোতা দেৱী সুবাচনী আৰু চণ্ডী। দেৱ-দেৱীৰ পূজাৰীজনক ৰাতাসকলে ‘ৰোজা' বা ‘ৰিছি থাততা’ বোলে। যেতিয়া এজন মানুহ মৰে তাৰ পুত্ৰবিলাকে সম্পত্তিবে ভগাই লয়। জ্যেষ্ঠজনে অধিক অংশ পায়। যদি সতি-সন্তান নোহোৰক মৰে তেতে সম্পূৰ্ণ সম্পতি মৃত ককায়েক নাইবা আত্মীয়সকলে ভগাই লয়। এজন ৰাভা মানুহে ৭ (সাত) গৰাকী তিতোক পৰলে এই কবি পাৰে। গিৰিয়েকে প্ৰতিজনী পত্নীৰ বাৰে বেলেগকৈ থকা বা অলি দিয়ে। বিয়েকে সকলে তিৰোতাকে সমান মৰ্যাদা দিয়ে। পত্নীসকলৰ মতে ৰুবি | আপত্তি নুঠে। পৰিয়ালটোক সুৰী পৰিয়াল বুলি নিশ্চয়কৈ কব পাৰি। এনে বেতি মেজে বিতৰ্ক সৃষ্টি হয়, ততালিকে এটা শক্তিৰ পৰিকে স্ব হয়। কুকুৰা বলিদান আৰু মদ অকবিগালেন হাসান কৰে। আৰু বন গতি লেন। কে কে