সমললৈ যাওক

পৃষ্ঠা:ৰাভা জনজাতি.djvu/১৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬৪ ৰাভা জনজাতি (গগাবৰ) আদি। বিশেষ মন কৰিবলগীয়া যে, এইবোৰ প্ৰত্যয যযাগ হওঁতে প্ৰাযবোৰ মূল শব্দৰে তিৰ্যক ৰূপ হয়। (৮) মেন কোনো অংগৰ নোম বুজাবলৈ এই প্ৰত্যয যযাগ কৰা হয়। যেনে- খুচেম + মেন > খুনে (গোঁফ), ফাকাম + মেন > ফামেন (দাডি), জিখাৰ + মেন > জিমেন আদি। (৯) ঈয়া, ইনি দিক্‌, প্ৰকৃতি বা তাত হোৱা বুজাবলৈ এই দুটা প্ৰতায যোগ কৰা হয। যেনে- পাহামীযা (পাহাম গাঁবৰ), হাচুকাযনি > হাচুৰাইনি (পাহাৰীয়া), গ্ৰি মিনি (বনৰীয়া), ছুঙিনি (গাঁৱলীয়া) আদি। (১০) বাকায়— মৰম অৰ্থত নাইবা গালি পাৰা অৰ্থত বিশেষণৰ লগত ‘বাকায় প্ৰত্যয় যোগ হয। যেনে- ভেব্ৰাবাকা (অজলা), নাছিকায় (মৰমী) আদি। (১১) ব্ৰা-- কেতিয়াবা এই প্ৰত্যয় যোগ হলে সম্বন্ধৰ সৰলীকৰণ ঘটে। যেনে- বিবিব্ৰা > বিব্ৰা (বাযেক), বাবাব্ৰা > বাব্ৰা (পিতৃ), বাংবাংব্ৰো > বাব্ৰো (খুৰাযেক মমোব্ৰা > মমব্ৰা (ভাযেক), গিমিব্ৰা > গিমব্ৰা আদি। কেতবোেৰ শব্দ স্বাভাবিকতে সম্বন্ধ বাচক। যেনে- জিব্ৰা (মাক), নুচ্ছিা (খুলশালীযেক), নেব্ৰা (শহুৰেক), ছুল্লা (নাতিযেক) আদি। দৃঢ়তাবাচক প্ৰত্যয় (পাকখিমখিম) বাক্যৰ সকলোেবোৰ পদৰ পিছত আনকি অব্যয় শব্দৰ পিছতো জোৰ বা নিশ্চয়তা ভাব বুজাবলৈ দৃঢ়তাবাচক প্ৰত্যয় যোগ হয়। যেনে- (১) আন (ই, এ) উ ৰেঙোৱান (তেওঁ যাবই), নাঙান ৰেঙেতা (তুমিযে গৈছা), ওৰং ৰেংচান (সিহঁত নাযায়েই) আদি। (২) ছে (হে) নাংছে ৰেং (তুমিহে যোৱা), গাফুংছে পটায়নো (কাইলৈহে পঢ়িম) আদি। (৩) খা-ে আততা খাৰে তেমো (কেনেকৈ কম), গাফুংখাৰে ৰেঙা (কাইলৈকে যাম), বেগ্ৰেখাৰে ছিজো (কেনেকৈ মবিল), হাপয় খাৰে বিবা (অথনিকৈ আহিবা) আদি। (৪) বে/তু (ত)- আতু বেখোয়ান (মইতো যামেই), বেঙোনবে/তু (যামেই), চাং তু চাং (কোন নো কোন) আসি। (৫) ক (এই বেংজোক (গলেই। লোক (লেই) (৬) (নো) আয় ৰেৰে চোনন (মইহে যামনে নেযাম), নাংছয় আততা খাতো (তুমিননা কি কৰি আদি। + ।