সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাজসূয় দেৱৰো দেৱতা ... সনাতন তুমি হৰি। পৰম ঈশ্বৰ সাক্ষাতে · দেখিলো তোহ্মাৰ চৰণ কিনো আজো ভাগ্য কৰি॥ -তোহ্মাৰ ভৃত্যৰ ভৃত্যৰো কিঙ্কৰ জানা . মোক যদুপতি | যি কাৰ্যক স্বামী আমি আসি আছো শুনিয়ো তাক সম্প্ৰতি॥৭৮ তোহ্মাত ভকত নৃপতি সবক বন্দী কৰি জবসিন্ধ। গিবি - গহ্বৰত খৈয়া আছে পাপী অনেক কবি প্ৰৱন্ধ॥ তাহাব। সবৰ বোলে আসি আছো তোহ্মাৰ পাশক লাগি! অনেক কাতৰে কবিয়া তোহ্মতি পাঠাইল শৰণ মাগি॥৭৯ -::- ছবি হে কৃষ্ণ কৃষ্ণ প্ৰভু শুনা বোলে৷ চৰণে প্ৰণামি। ৰাজাগণে বোলে হেন তোহ্মাৰ চৰণ - দুই : সংসাৰ মধ্যত জানিয়া শৰণ লৈলো আমি | ১৫