পৃষ্ঠা:ৰহদৈ লিগিৰী.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বহ লিগিৰী ৩ আহিব পাৰিৰি। যদি ৰজাৰ চকুত লাগে তেন্তে তাই গাভৰু হলে তাইক বাণীও কৰিব পাৰে। যদিহে ৰাৰ চকুত নেলাগে অথবা তাক বাণী কৰিৰ নােৰাৰে তেনেহলে ৰাঘৰৰ পূৰ্বাৰ নিয়মমতে তিনি । মূৰত তাইক আকৌ তহঁতকে ওলােটাই দিব। ধনীৰাম—প্রভুদেব ! তাই উলটি আৰিলে তাইক আমাৰ ৰাতি ভিতৰত লবনে ? কটকী-কেলেইনাে নল। আহােমসকলক আমি যেতিয়াই হিন্দু ধৰ্মৰ ভিতৰত লৈছে তেতিয়াই আহােমৰ সংসৰ্গত আমাৰ হিন্দু জাতিৰ মানুহ থাকিলেননা কেলেই আতিকুল হেৰুৰাৰ । ৰতিকান্ত—“প্রভুদে! যদিও আমাৰ আহােমসকলক আপােনালােকে হিন্দু কৰিছে তথাপি দেখােন তেওঁলােকৰ আগত একো নকলেও পিচত আপােনালােকৰ নিচিনা বাহ্মণ-সজ্জনসকলেই আহােমক মেলে বুলি কয়। হােজা ধনীৰমৰ এই কথাত আমাৰ কটকী বাপুৰ খং উঠি কলে-হেৰ গৰু! যদি তােৰ সমাজে সহজে তাইক উলট আহিলে নলয় তেনেহলে এক চন্দ্রায়ণ পৰাচিত কৰাই ব্রাহ্মণ দান-দক্ষিণা কৰিলেই জাতিত উঠিব পাৰিব। তই ইয়াকো নুবুজনে?” ধনীৰামবুজে। প্রভুদে ! পিচত পা-পৰাচিত কৰােৰাবলৈ বামুণক খুৰাৰলৈ গােত-জ্ঞাতিক ভােজ দিবলৈ ধনননা পাম কৰপৰা ? কটকী-হে মহামুর্থ ! এয়া ধন দিছো নহয়। নীৰাম-দেউ। এই ধনৰ এভাগ ৰতিকা মেধিক দিব লাগিৰ- বাকীখিনিৰে সদ্যহতে এটা পাইক ধৰি ম'হ-গৰু চৰোবাৰ লাগিৰ আৰু তিনি ৰছৰলৈ এই ধন বহি থাকিবনে ? কটকী—“হেৰ অবুজন গৰু, জীয়েৰ উলটি আহিলে জীৱেৰেনো ৰজাঘৰৰপৰা সুদা হাতে আহিবনে? না-ৰাণীক কৈ ধন-বিত নানিৰনে ? যদি নানে ৰা আনিব নােৱাৰে তেন্তে মুঠিৰ জাত। ভাত কাৰনো দইন পৰিব। এই কথা কৈ কটকী বাপু উঠি। ফেকুৰি ফেকুৰি কান্দি থকা ৰহদৈক মাজত কৰি লৈ কটকী আৰু চাওঁহত গ'ল। ৰতিকান্তে চকুৰ লাে মছিলে। মাক কমপ্রিয়াই বিনাই বিনাই কান্দিলে। চাওডাঙইতে দৈক নৈ পাৰ কৰি নি সত্ৰাম ফুকত ভেটিতে। সত্ৰামে নিৰ মাক আৰু ভনীয়েকক লগত