ৰহদৈ লিগিৰী 1 ৩ চাওডাং-হে গৰু, তিনে এটা কি ভাঙৰ বস্তু। তোতকৈ ভাঙৰ ডাঙৰ সকলেও ৰজাৰ অনুগ্ৰহ পাৰলৈ জাতি-কুলৰ দেখোন কোনো বিচাৰ নাৰাখে। তাই নিজকে অতি ভাগ্যবান বুলিহে ভাৰিব লাগে। ৰজাৰ হাতধনী লিগিৰী হৈ তোৰ জীয়েৰ যাৰতোৰ পদ-মৰ্যাদা বাঢ়ি, আন কি তই বৰা ৰ শইকীয়া বা হাজৰিকা ৰা ৰাজখোৱা এনেকুৰা বিষয় এখনো পাৰ পাৰিবি। যদি দৈবাৎ তোৰ জীয়ে কালে তাই জাৰ বাণী হৰলৈ পায় তেনেহলেতো উঠি ৰহিলিতই তোৰ সমাৰ আৰু ভাগ্যবান কেৱে নহব। এই বিলাক কথালৈ মন কৰিবিচোন। ধনী পুতেকলৈ দি জানো এইবিলাক সম্পদ পাৰি। ৰতিকা-ককাই, মোৰ নিচিনা দুখীয়া মানুহে পদ-মৰ্যাদা বিচৰাটো বানাই চন্দ্ৰ লগ পোৰাৰ দৰে কথা। আমি দুখীয়া মানুহ দুৰীয়া অবস্থানে থাকিহে ভাল পাওঁ। ৪ৰ্থ চাওডাং-হে মূৰ্ণ, তই বুজি পোৰা নাই নে ভাই নিজ ইচ্ছামতে নিদিলে আমি কীয়েৰক বল কৰি হলেও লৈ যায়। যাৰ আজ্ঞা আমাৰ ওপৰত এইদৰেও আছে। সেই দেখি তই আৰু চুপতি মাৰি নাথাকিনি। ভালে ভালে জীয়েৰক খুৱাই-খুৰাই পিন্ধাই-উৰাই উলিয়াই দে। ৰতিকান্ত-(চকুলো টুকি টুকি মই থিতাতে মৰিলে॥ বাই কাটে, সমুদ্ৰে বুৰায়। এনেস্থলত যদি ৰাৰ এনেকুৱাতে আদেশ তেনেহলেনে মোৰ আৰু কি উপায় আছে। তিনি ত্ৰৈলোক্যৰ গৰাকী হৈ যদি স্বৰ্গদেৰে দুখীয়াৰ এই একেজনী জীয়াৰীকে বল কৰি হলেও নিৰলৈ আদেশ দিছে, তেনেহলেনো মোৰ কি উপায় আছে। পিচত আপোনালে তাইক নিলে ইফালে ধনীৰামে মোৰ ওপৰত খৰচ-ৰচ নৰনে? কটকী—তাৰে দিহা নলগাম বুলি ভাছিনে। ধনীৰামৰ ৰাণেৰে দাত নহৰ ৰজাঘৰলৈ তোৰ জীয়াৰী দিয়াৰ ৰাৰে তোৰ ওপৰত এ লৰলৈ। তথাপি তহঁতৰ মন শাত কৰিবলৈ বৰ্গদেৰে তহঁতলৈ এই জপ চাৰি কুৰিও জীয়েৰৰ ৰেচ স্বৰূপে দি পঠিয়াইছে। হে, আৰুজীয়েক বেগতে উলিয়াই দে। তালে তালে উলিয়াই যদি দিয় তেন্তে ইসশদ পাৰি। মাজে মাজোৰ ঘৰলৈ গৈ ই চাই-মলিও আৰি পাৰিবি। আমি ল কৰি নিৰলৈ হলে তই শ্ৰাত পৰিবি; আৰু ৰাত্ৰো
পৃষ্ঠা:ৰহদৈ লিগিৰী.djvu/২৯
অৱয়ব