পৃষ্ঠা:ৰহদৈ লিগিৰী.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দৈ লিগিৰী দৰাম—(ইফালে সিফালে চাই) “কোনো নাই অ ওচৰে সমাবে এই বুলি কৈয়েই ঘপহ কৰে ৰহদৈক ধৰি দুগালে দুটা চুমা খালে। ৰহদৈয়ে কলে—“যা অ বাটে-পথে আগলৈ এনেকুৱা নকৰিবি বিয়া কৰাই নি যিমান পাৰ চুমা খাৰি।” কৈয়েই ৰহদৈয়ে তাৰ লগ এৰি বেগাই ঘৰলৈ গ'ল। দামেও ঘৰমুৱা হৈ খোজ পোৱাৰ লগে লগে গালে তোকে কেনেকৰি পাম প্ৰাণেশ্বৰী হম কেনে কৰি কথা। পানী অনা ছলেৰে ঘাটলৈ আহিব। তাতে কম হৃদয়ৰ ব্যথা। Cয় যোজা দয়ামে আৰু ৰহদৈয়ে এই কথা-বতৰা হোৱাৰ দুদিনৰ পিচতে দয়াৰামৰ বাপেক ধনীৰামে মানুহে-দুমুহে দুখন ভাৰে-ভেটীয়ে ৰতিকান্ত বলৈ আহি তেওঁৰ পুতেক দয়াৰাৰ্মলৈ ৰহদৈক খুজিলে। ৰতিকান্তই ৰা নাছিল যে ধনীৰামৰ নিচিনা এজন আঢ্যন্ত মানুহে তেওঁৰ জীয়েকৰ পুতেকলৈ খোজা-বঢ়া কৰিব। ৰতিকান্তই ঘৈণীয়েক কমলা- বিয়াক কথাটো যুধি আনন্দ মনেৰে সন্মত নাই কলে যে তেওঁ ইচ্ছা কৰিলে এমাহৰ ভিতৰতে মণি কেৰু পিন্ধাই ৰা বিয়া কৰাই বৰ পাৰে। পিচত ছোৱালী কন্যাকাল হলে লৈ যাব। নীমে সেইদৰে কৰিবলৈ সম্মত হৈ কলে যে দিন বাৰ এটা চোৰাই সকলো ঠিকঠাক কৰি তেওঁ এই মাহৰ শিৰত বিয়াখন পাতিৰ। দুমোৰৰে এইদৰে মনে মনে মিলা-এীতি হৈ কথা-বতৰা স্থিৰ কৰিলে। ধনীৰাম যেধিয়ে তাৰ-ভেট দি ৰতিকাৰ দিয়া জা-জলপান খাই আনৰ মনেৰে নি লৈ উলি।