পৃষ্ঠা:ৰহঘৰা.djvu/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪ ৰহঘৰ। তেওঁৰে আল ধৰে বুলিয়েই চোৰেও কৰে চু, মহাদেৱেও ঘেটা পাই তেওকে কৰে জুৰ। তেৰে তাপত এৰে মান, লাজ কাজলৈ নকৰে কাণ, কিয়নো তেওঁ চাউল সিজোৱা যদিও দুসাই ধৰে; তথাপি গা তেওঁৰ উৎপাতত পুৱাতে ৰাইজাই কৰে। আবেলি হলে ককাল সৰু, উপায় নাপাই বেচা গৈ গৰু, নহলে হেকটি হামি মাৰি পানী-গামোছা বান্ধি, কৰা পাটাৰে ঘৰ সমাস নাইবা স্বসন্ধুি। পেটটো লগত থাকোতে এনে, অসন্তোষ প্ৰকাশ কৰিব কোনে? যেতিয়া আহি চকুৰ আগত মিঠ লাৱে হাঁহে; লগতে যদি ধৰে উজান কলিৰ অমৃত চাহে। কিন্তু কথা ৰাখিব। মনত, মাত্ৰা বাঢ়িলে বিপদ মহৎ, ঘিউ খাওঁতে অগ্নি দেৱৰো dyspepsia হ’ল; অপৰশ্য কা কথা” কথাটে। ক’বলৈ ৰ'ল। “ভাৰ লৱন, “পানীয় ভক্ত” 'নাগাৰ্জুন” ভীষণ শক্ত, টেমাই টেমাই অন্ত কৰিলে; নগ'ল ৰোগৰ লেশ; কামি হাৰ কেই ডাল ওলাই পৰিল; হাৰ ছাল মাত্ৰ শেষ। শেহত ব্ৰহ্মাই visit ল’ই, Patent medicine দিলে কই,