পৃষ্ঠা:ৰচনা মালিকা.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১১
ৰচনা মালিকা

 মোৰ পঢ়া-শুনা ভালদৰে চলিছে! পৰীক্ষাত যাতে ১ম হৈ উত্তীৰ্ণ হব পাৰোঁ তাৰ বাবে যত্ন কৰি আছোঁ। ইয়াৰ মাজত পাৰিলে এবাৰ ঘৰলৈ যোৱাৰ চেষ্টা কৰিম।

 পূজনীয়া মাক সেৱা জনালোঁ। মৰমৰ ভাই-ভনীহঁতলৈ মোৰ মৰম জনালোঁ। ইতি—


সেৱক

শ্ৰীঅতুলচন্দ্ৰ বৈশ্য


শিৰোনামা

        টিকট

শ্ৰীবন্তিৰাম বৈশ্য
সাং−বালিলেছা
পোঃ আঃ − বিলিলেছা
জিলা − কামৰূপ