পৃষ্ঠা:হেমকোষ.pdf/৯৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হাবিয়াহু। } মা হাৰিয়াং। স, শ. (সং, অভিলাষ, বাঙ্গা। হাবিলা, হেঁপাহ, বৰ বাঙ্গা, a longing, an intense desire. হাবুঙ্গীয়, বি, { হাবু, উত্তৰ পাৰৰ এখান ঠাই) হাবুগত থকা, living at Hfabung in North Lakhiinpur. হবুৰুকা, স. শপানী শুকাই ওলোৱা ঠাইত মাটি তোলা এবিধ কীট, a kind of worin found in places recently under water, হামা-ভাৰে, ক্ৰি. বি. {সং. সম্ভাৰ, কোনো কাৰ্যৰ নিমিত্তে গোটোৱা বস্তুৰ সমূহ। অধিক পৰিমাণে, প্ৰচুৰূপে, বহুকৈ; যেনে, হামাৰৰে বন্ধু গোটাইছে, abundantly, plentifully. হামাহি, স. শ. গহৰি, পলম; কাৰ্য্যত হেলা, procrastination, delay. হামি, ম, শ. (সং. জম্ভন, বং. হাই, মুখ ব্যাদান) টোপনীয়ে ধৰাত বা ভাগৰ লগাত আপোনা আপুনি যুখ মুকলি হৈ econtar , a yawn. হামি মা, টোপনীয়ে ধৰাত বা ভাগৰ লগত অনিচ্ছাতে মুখ মুকলি কৰ, to yawn. হামিয়া, অ. বা. টোপনি বা এলাহৰ নিমিতে মুখ মেলি বায়ু এ, হামি মা, to yatvn. হামী, স. শ. (সং, জীৰ, এবিধ টেঙ্গা) জামীৰৰ নিচিনা এবিধ টো, a kind of lime. হামোক, বি. এঢলীয়া, কাতি হোৱা, aslant, leaning. স. শ. কাতি হোৱা বস্তু নপ- ৰাকৈ ৰখা মাৰি, ঢোকা, a prop. হামোক খ, একতীয়া হ, to be aslat. হামোৰণি, স, শ, পাক লৈ ভলৰ পানীয়ে ওপৰলৈ কৰা গতি, a whirling or eddying of a current. হাম-খুৰি, স. শ. (ব. হামাগুড়ি, আঁঠু আৰু হাতত গুৰ দি কৰা গমন) মুখ-খেকো খাই পৰা কাৰ্য, a fall with the face downwards. , হাম-খুৰি খা, মধুৰি খাই পৰ, মুখ থেকো খা, ভললৈ মুখ কৰি পৰু; যেনে, সি তিনি হাৰামী। বাৰ হামখুৰি খালে, বা হামধুৰি এই fia, to fall heavily on the face. হা-ৰাও, স, শ, (অং. হায়, শোক প্ৰকাশ কৰা মাত+ ৰাও, শৰ মনত পৰিৱে হায় হয় বা শোক প্ৰকাশ কৰ্ণ, শোক বা আদৰেৰে কৰা মুৰণ, a sorrowful recollection, a fond or rexpectful remembranco. হামৰাও কাঢ়, শোক, আদৰ বা সম্মানেৰে স্মৰণ কৰ; যেনে, নগা মানুহে আনন্দ- ৰাম ফুকনলৈ আজিও হামৰাও কাছে, to recollect with sorrow, to re member with affection or respect. ভা, অ, {সং. হা; বৎ. হিং. হায়-হায়, অস্, অসু, আঁস্, alas. হাৰ, অ, ধা. { হিং, হানা; বং, হাৰণ, পৰান্ত ইএন) পৰান্ত হ, ফাটু, to be defcated or vanquished. হাৰু, স. শ. ( সং, ই-ই, প্ৰহণ কৰ) ডিঙ্গিত পিন্ধা সোপৰ শিকলিৰ নিচিনা এবিধ অলঙ্কাৰ; সোথৰ গুণাৰে গঁথা ডিঙ্গিত পিন্ধা মুকুতা আদি, a gold clain worn on the neck, necklace. হাক্, স. শ. (স., হাক-স্ব, হৰণ কৰু) হৰণ কৰোতা, দূৰ কৰোতা, গুচাওঁতা (সমাসৰ দ্বাৰা আন এটা সংজ্ঞা শব্দৰ লগ লাগে); যেনে, দুঃখ-হাক; অন্য এক অঙ্কক হৰা বা ভাগ কৰা অঙ্ক, a renover (used in composition), a divisor. হাণু, কদ, স, (অং. হাৰ, পৰা ই) পাস্ত হওন, the act of being defeated or Vanquished. হালি, স, শকাঠৰ বা খেৰৰ দম। ঘৰ বিহুৰ ৰাতিপুৱা জুই লগোৱা মেজি, ৪ pile of wood, a hayrick, a stack of wood or straw burned on the morn- ing of the magh-bikk. " “মেদি; চোৱা। '। হাৰামী, স, শ, ( অহৰা, কুম) হাকী, ,