পৃষ্ঠা:হেমকোষ.pdf/৮৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শুভাকাংক্ষী ১২ চিন্তা, আশীৰ্বাদ, a desire of good fortune or success, a blessing. শুভাকাংক্ষী, স. শ. (সং. শুভাকাংক্ষিন শুভাকাংক্ষা + ইন) হিত বা কুশল চিন্তো, well-wisher. কি, কুশল চিন্তা কৰা, wishing well. শুভানুধ্যায়ী, স. শ. (সং. শুভানুধায় শুভ, হিত+অনুযায়ি, চিস্তোত) শুভ a fiu fetel, a well-wisher. শুভাশুভ কি, শুভ, অশুভ, মঙ্গলামঙ্গল, ভাল বেয়া; যেনে, ঘৰৰ শুভাশুভ সদ, good and evil. স. শ, মঙ্গল, অমঙ্গল, ভাল আৰু বেয়া অৱস্থা; যেনে, মানুহৰ শুভাশুভ ঈশ্বৰৰ হাত, rood and bact fortune. শু, স. শ. {সং. শুশুল্ক, লাভ কৰ) কাটল, খুত, দান; গা ধন; দৰাই কল্যাৰ বাপেক বা গৰাকীক দিয়া ধন, tax, duty, toll, money given to the parents or guardians of the bride. শুৱনি, বি, {সং, শোতন, গঢ়িত) সুদৃশ্য, দেখিবলৈ ভাল, দেখমিয়াৰ, beautiful, handsome, comely: (11) 95 শুৰলা, বি. (সং. শোভন, শোভযুক্ত সুন্দৰ, ভাল, জুতি লগা, মনোম, ex- cellent, elegant, pleasing. শুৱা, স. . (সং, শশা, সুন্দৰতা) শোভিত কৰ, বিভূষিত কৰ, ভাল দেখুৱা; যেনে, চুটি মানুহক সাজে শুৱায়, to beautify, to grace, to be, to become. শুৱা, স, ধা. { অং. শশা, শয়ন ক} শয়ন কৰা, শয্যাত স্থাপিত কৰ; যেনে, মাকে লৰা গুৱায়, to cause to sleep, to lay in bed. ( সৎ, শুষ, শু, আল্লা' শুনা যায়, এতেকে) পৰিচৰ্য্যা, আলপৈচান; সহায়তা, service, menial work, assistance. অঞ্চ, বি. (সৎ, শুক—শু শুকা) শুকান, নী, dry. শুকতা, ঋ, শ, শুকান ব্যৱস্থা, dryness, শু, স, শ, “শিহ” চোৱা। স, শ. (সং. শূককীট, শুং শূৰ-পোক, লগা পোক) শস্য খাই নষ্ট কৰা এবিধ পোক, তাৰ অনেক উপজাতি আছে, a generie name of many kinds of caterpillar destructive of vegetables, &c. শূক, স. শ. (সং. শূকৰশূক, ঠঙ্গা নোম +, এহণ ক) বৰা, গাহৰি, a hog. শূদিৰ, স, শ. (সং. শূদ্ৰ, এটা জাতি) হিন্দু চাৰিটা প্ৰধান জাতিৰ শেষ ৰাতিৰ লোক, a man of the fourth or servile class of Hindus. (স্ত্ৰী) শূপিণী। শূদ্ৰ, স, শ, {সশূদ্ৰ--শু, শুচি ক; শূদিৰ অনাৰ্য, এতেকে অশুচি আছিল, আৰ্যবিলাকে তেওঁবিলাকৰ লগৰ এক শ্ৰেণীত সুমাই শুচি কৰিলে, এতেকে হিন্দুবিলাকৰ প্ৰধান চাৰি জাতিৰ শেষ myfta cota, a man of the fourth or servile class of Hindus. (*) . (স্ত্ৰী) শূন্ত্ৰী বা শূদ্ৰাণী। শূন্ত, বি. (সং. শূন্য~-শুন, কুকুৰ; ৰূঢ় ) একো নথকা, উদ, void, , empty. স. শ. আকাশ; একো নথকা বুজোৱা এটা ফুট, the sky, a vacuum, a cipher. শূন্যতা, গু. শ. শূন্য গুণ, emptiness, শুৰ, স. শ. {সং. শূৰ-পূৰ, শক্তিমন্ত হ) ৰীৰ, বলৱ আৰু সাহসী লোক, a hero, a great warrior. শূৰ্পনখ, স, শ, (সং শূৰ্পনখা-শূৰ্প, কুলা+ নখ, আঙ্গুলিৰ মূৰৰ কঠিন ভাগ; কুলাৰ ন্যায় নখ যাৰ) ৰাৱণৰ ভনীয়েক, the sister of Ravana. শূল, স. শ. (সং. শূল-শূল, পড়া ) বেদনা; পেটত খোঁচ মাৰি ধৰা পড়া; যাঠী, বৰহ; শাল, দেৰীৰ এশ দণ্ড কৰিবলৈ থিয়কৈ পোশ দোঙ্গা বাঁহ বা ptt, a spear, a dart, a sharp pain in the belly, a stake for impaling criminals.