পৃষ্ঠা:হেমকোষ.pdf/৮৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শাস্ত্ৰজ্ঞ শিখৰ, treatise on law, religion or science considered as of divine authority, Seripture. শাস্ত্ৰজ্ঞ, বি. (সং. শাস্ত্ৰজ্ঞ–শাস্ত্ৰ, ঐ+ , জান) শাস্ত্ৰ জনা, acquainted with Scripture, শাত, গু. শ. শাস্ত্ৰ জনা গুণ, শাস্ত্ৰৰ estat, kuowledge of sacred works. শাবো, স, শ, (সং, শাস্ত্ৰবেত্তা-~-শাস্ত্ৰ, ধৰ্ম্ম পুথি + বিদ, জান্) শাস্ত্ৰ জনা লোক, পণ্ডিত, ole acquainted witli rules of sacred works. শাস্ত্ৰসিদ্ধ, বি. (স.) শাস্ত্ৰৰ নিয়ম অনু- That tift, consonant with the rules of Seripture. শাস্ত্ৰীয়, বি. (সং.) শাস্ত্ৰ সম্বন্ধীয়, Secip- tural. শাস্ত্ৰোক্ত, বি. (সং. শাস্ত্ৰোক্ত-শাস্ত্ৰ, পুথি + উক্ত, কোৱা) শাস্ত্ৰে কোৱা, শাস্ত্ৰত fan, stated in a sacred book. শাহ, স. শ. {সং, শসা, গুটি; বং, শাঁস, গুটিৰ ভিতৰৰ কোমল ভাগ } কঠিন বাহেৰে আবৃত কোমল বস্তু; যেনে, শামুক শাহ; টান গুটিৰ ভিতৰৰ কোমল ভাগ; যেনে, বাদাম শহ, this iternel of a fruit; pill, sheil-ſisls. শাহু, স. শ. (সং, শশুৰ; হিং বং. শাশুৰী, স্বামী বা ভাৰ্য্যাৰ মাক} স্বামী বা তাৰ্যাৰ 17, a mother-in-law. শাইৱৰ্তী, বি, { সং. শশ্ৰুৱতী, শাহ পক) শাহ থকা (স্ত্ৰী); যেনে, শাহুৱতী catatat, having a mother-in-law. ( Fem.). শিং, স, শ. {সং, শৃঙ্গ, জন্তুৰ এক অঙ্গ) জন্তুৰ মূৰৰ জোঙ্গ অঙ্গ, a lior. শি, স. . (সং. শিক্ষ, অভ্যাস কৰ) শিক্ষা অভ্যাস কৰ, অভ্যাসৰ দ্বাৰা আৰ্জ; যেনে, ছাৰে বিদ্যা শিকে, to learn, শিকণ, কদ, স, শিকা কাৰ্যা, tie act of learning : শিকনি, স. শ. (অ. শিক্, শিক্ষা কৰ) শিক্ষা, উপদেশ, বুজনি, instruction, শিক, স. শ. (সং. শকৰা, বালি বা শিলৰ মিহি গুড়ি ); বালি দিয়া যায়, এতেকে। চোবাবৰ কাৰণে কুমাৰ মাটিৰে কৰা খোলা- fact, a baked cake of potter's clay chewed by some people. শিকলি, স. শ. (সং. শৃঙ্খল; হিং, বং শিকল) জিঞ্জিৰি, এটাৰ গাছ আনটো লাগোৱা আঙ্গঠিসমূহ, a fettes, at chain. শিকলিয়া, স. শ. (সং. দন্তশৰ্কৰ, অং. দাত শিকৰ, দাতৰ টান মল) দাঁতৰ গুৰিত ঘন হৈ বন্ধু যোৱা শুকান চূণৰ নিচিনা মল, দাত শিকৰ, the tastar of the teeth. শিকা, স, ধা (অ.. শিক্, অভ্যাস কৰ) শিক্ষা দি, শিকাত নিযুক্ত কৰ, to teach, to instruet. ক. স. শিকাওঁত, (স্ত্ৰী) শিকতী। শিকাৰু, স. শ. শিৰ্কেতা, শিক্ষা নিযুক্ত মানুহ, a learner. শিকিয়া, স. শ. (সং. শিকা; বং. শিক) বাওঁকাৰ দুই মূৰে ওলমাই ভাৰ নিয়া জৰীৰ নিচিনা জৰীৰ যতন; একাজি, a string bags used for carrying burdens suspended from cither end of a pole place on the shoulder. শিকো, কদ, স. যি শিকে, শিকাৰু, a learner. (স্ত্ৰী) শিৰ্কতী। শিখও, স. শ. (সং শিখও, শিখণ্ডক-- শিখণ্ড, শিখা, গুলি + অ, কণ} কত্ৰিয়ৰ লৰাৰ মূৰ খুৰাই দুই কাণৰ দাতিত প্ৰায় গোলাকাৰ কৰি ৰখা চুলি, a semicircular patch of hair left on cach side of the head of a kshatria boy. শিথ, স. শ. (সং. শিখৰ -শিখা, চৰাইৰ ঔ; তাৰ নিচিনা, এতেকে) পৰ্বতৰ টি বা নিচেই ওখ ভাগ, the yeak of a mountain,