পৃষ্ঠা:হেমকোষ.pdf/৭৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মৰ্মভেদী। ৭৫২ মলমা। সাৰ অৰ্থ, ভাব; মস্থান, purport, spirit, a vital part. মৰ্মভেদী, বি. (সং মৰ্মভেদিন-মৰ্ম্ম+ভি, ভেদন কৰ) মৰ্মস্থান ভেদন কৰা, জীৱৰ স্থানত পড়া দিয়া, বৰ কষ্ট দিয়া, pene- trating the vitals, very painful. মৰূম, অনুক, শুকান বস্তু ভাগোতে হোৱাৰ নিচিনা শব্দ, an imitative sound used to express tliat of breaking a dry thing. মৰমৰণি, স, শ, শুকান বস্তু ভাগোতে মৰ্মৰণি, হাৈৱা শব্দ, tie sound of hrcaking a dry thing. মৰ্মৰতী, স, শ, এবিধ লত, a kind of creeper. মৰমৰা, অ, ধ, মৰমৰ শব্দ কৰু, শুকাম মৰ্মৰা, বন্ধু ভগাৰ দৰে শব্দ কৰু, to make a crackling sound. মৰমৰীয়া, বি. মৰমৰ শব্দ কৰা, শুকান, মৰ্ম্মৰীয়া, নিৰস, very dry. মৰ্শ-স্থা, স. শ. {সং. মৰ্ম্মস্থান-মৰ্ম্ম, শৰী- ৰৰ নিচেই কোমল ভাগ +স্থান, ঠাই) গাৰ অতি সুকোমল ভাগ, অলপ আঘা- ততে বৰ দুখ পোৱা ঠাই, a vital part. মৰ্য্যদা, স. শ. মৰ্যাদা শব্দৰ অপভ্ৰংশ। মৰ্যা, স. শ. (ঐ) অপমানৰ ভয়, আপো- নাৰ গৌৰৱ ৰক্ষাৰ চেষ্টা, fear of being dishonored, rectitude of conduct. মৰ্যাদা, স, শ, (সং. মৰ্য্যাদা, সৎস্বভাৱ } মান, সন্ত্ৰম, honour, respeet, esteem. মৰ্যাদাস্ত, বি. মানী, সম্ৰাপ্ত, respected, esteemed. মৰ্য, স. . (সং. মৃযু, সহি থাক) ক্ষমা কৰ, দোষ এৰ, to forgive. মৰ্ষণ, কৃদ, স. (স.) ক্ষমা কৰা কাৰ্য, ক্ষমা, the act of pardoning, pardon. মল, স. শ. (স, মল+মৃৰ, পৰিষ্কাৰ কৰ, পৰিষ্কাৰ কৰা যায়, এতেকে) ওল, মলি, fadi; 949, dirt, soil, excretion, sin. . মল, স. ম. (ব, উল, আমৰ ফুল) আমৰ ফুল, the blossoms of the mango ttee. অ, ধা, ফুল ধৰু, ফুল ( আমত 26 ), to blossom as a mango tree. মল, স, ধা. {সং. মৰ্পন, হিং, মলনা, বং মলন, পিহা) মোহাৰ, চেপ; যেনে, কাণ মলে, ধপাতত গুড় মিহলাই খুন্দ; যেনে, মল ধপাত, to squeeze, to mix buy grinding, as tobacco with molasses. মলং, অ, ধ. (সং. মল, মলি) ভেকুৰি দুৰ্গন্ধ হ, পুৰণি হৈ দুৰ্গন্ধ আৰু বিসসাৱাদ হ { চাউল আদিত খাটে), to l) must.y (said of rice, &c.). মলংগিৰি, বি. বৰ ডাঙ্গৰ (হেলো-নাৱত খাটে), very large (said ot a boat). মল, স. শ. চালনীৰ ওপৰত মল-চাউল, ৰোৱা নভগা আৰু শকত sca, the unbroken and coarser rice which remains on the siove after siftiny . মলঙ্গা, স. বা. (অ. “মলং” চোৱা) ভেঁকুৰা, পুৰণি কৰি দুৰ্গন্ধ কৰ, to cause to be musty as rice, &c. মলচু, দ, ধ, { অং, মছু, মা মা, carefa fasta pa, to wipe, to rub. মলত্যাগ, স. শ. (সং, মলতামিল, মল-ত্যাগ, বিষ্ঠা+ ত্যাগ, এৰা) পেটৰ মল বাহিৰ কৰণ, হাগন, the act of voiding excrement. মলদ্বাৰ, স. শ. {সং. মলদ্বাৰ-মল, বিষ্ঠা + দ্বাৰ, দুৱাৰ বহিৰাৰ, পোৰ, the } anus. মলপ, স. শ. (সং. মলপক্ষী, মলিময়। নৈৰ ভুল বা সেঁত নথকা পানী, স্থিৰ পানী ( তাৰ মল বৈ নেয়, এদেকে), still or standing water of a river. মল, স, শ, (যাং মহল) লিপি দিয়া দৰব, প্ৰলেপ, an ointment, a poultice. মলমা, স. শ. (সং. মলমাস-মল, পাপ +মাস, মাহ) হিন্দু জ্যোতিষৰ মঙ্গে চা আৰু সৌৰ গণনাৰ মিল কৰিবলৈ প্ৰতি