পৃষ্ঠা:হেমকোষ.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

glo যেনে, ইমানতে পুথিৰ অৱসান হল; end, termination, conclusion, অৱস্থা, স. শ. (সং. অৱস্থা, দশা-অৱ, উপস, + ঋ, থাক্‌) দশা, গতি, থকাৰ প্ৰকাৰ, জীৱনৰ ভাব, state, condition, cir- cumstance. অৱস্থিতু, কদ, বি. (সং. অৱস্থিত, খক-অৱ, উপস.+স্থা, থাক্‌} স্থিত হোৱা, থাকা, staying, abiding, remaining. অৱস্থিতি, স. শ. (স.) নিবাস-কৰণ, খাকন; ধেনে, মনুষ্যৰ এই জগতত অৱস্থিতিৰ কাল 16, the act of abiding or living, অৱহেলা, সু. শ. {স অৱহেলন, অসম্মান অৱ, উপস.+ হে, তুচ্ছ ক) আওহেলা 965-6914, disregard, inattention. অশকন্তু, বি. ( অং. অ, নহয় + শক্ত, ভাঙ্গৰ, মোটা) গা সৰু; যেনে, অশকত খুটাই ঘৰ ৰাখিব নোৱাৰে, thin, hot thick, slender. সমা অশক, আশকত, প্ৰথমটোৱে গা সৰু মাত্ৰ বুজায়, পাচৰটো খীণাই দুৰ্বল হোৱা অৰ্থত ব্যৱহৃত হয়। অশক্ত, বি. (সং. অশক্ত, শক্তিহীন--, নহয়+শক্ত, বলী, পাক) শক্তি-নথকা, দুৰ্বল; অপাৰক, নোৱৰা; যেনে, অমুক কোনো কামত অশক্ত নহয়, weak; unable. অশক্তভা, গু. শ. (সং) দুৰ্বলতা; অপাৰ- কত, weakness; inability. অশৰীয়া, বি, { অং. অ, নহয় + শৰণীয়া, শৰণ-সোৱ ) শৰণ-নোলোৱা, ৰুব পৰা, ঘাইকৈ কোনো সত্ৰৰ গোসাইৰ পৰা, হিন্দু-ধৰ্মৰ উপদেশ-নোলোৱা; যেনে, অশৰণীয়া কছাৰী, not initiated into the mode of worshipping God through the medium of a gossuin of a Sattra. অশৰাধী, বি. (অৎ, অ, ন+শৰাধ, শ্ৰদ্ধ ) শৰাধ-নকৰা; যেনে, অশৰাধী মেলেছ। যাৰ শৰাধ কৰা নাই; মেনে, অমুক বাপেক-মাক অশৰাধী হৈ আছে, not performing the shradh ceremony : whom the shradd ceremony has not been performed to. স. শ. শৰাধ- নকৰা লোক; যি লোকৰ জলপিণ্ড দিয়া নাই; যেনে, অশৰাধীৰ শৰাধ, a person who does not perform shradh; one whose shradh has not been performed. . অশলাগু, স. শ. ( অং.. অ, নাই+শলগ, উপকাৰ-মানন} উপকাৰ-স্বীকাৰ-নকৰা বা গুণ-মোলোৱ কাৰ্য, ingratitude. অশলাগী, বি. উপকাৰ-নমনা, গুণ-নোলোৱা, lingrateful. অশা, বি. “অশান্তু ” চোৱা। অশাতি, « অশাস্তি” চোৱা। অশান্ত, বি. (সং. অশান্ত, অস্থিৰ-অ, ন- হয় + শান্ত, স্থিৰ) অস্থিৰ, চঞ্চল; লৰচৰ কৰি থকা, স্থিৰে নথকা; যেনে অশান্ত 91, restless, unsteady, umquict. অশান্তি, স, শ, (সং. অশান্তি, অস্থিৰত। -অ, নাই+ শান্তি, স্থিৰত।) অস্থিৰ, শান্তিৰ অভাৱ; যেনে, শত্ৰুৰ আক্ৰমণ কৰিলে দেশত অশান্তি হয়; অস্বস্থ, উদ্বেগ; যেনে, মনৰ অশান্তি হলে একো fet corentei, intranquillity, want of peace; restlessness, unqniet- ness, anxiety. অশাশ্বত, বি. (সং. অশাশ্বত, অচিৰস্থায়ী~~ অ, নহয়+শাশ্বত, চিৰস্থায়ী) অচিৰস্থায়ী, শীড়ে নষ্ট হোৱা; যেনে, অশাশ্বত জীৱন, transient, momentary, not lasting. অশাস্ত্ৰীয়, বি. (সং. অশাস্ত্ৰীয়,শা-বিৰুদ্ধ- অ, নহয়+শাস্ত্ৰীয়, শাঙ লিখাৰ নিচিনা) শাস্ত্ৰৰ বিৰুদ্ধ বা বিপৰীত, অবিধি opposed to the shastras, contrary to the sacred anthority. অশিৱ, স. শ. (সং, অশিৰ, অমঙ্গল~~ শ, নহয় +শিৱ, মঙ্গল) অমঙ্গল, আপদ, বিপদ (পদ্য); যেনে, “বোলা শিৱ, শিৱ, মুহিবে অশিৰ,” misfortune, calamity.