পৃষ্ঠা:হেমকোষ.pdf/৪৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দুৰ্ণীয়া 840 দুপদুপীয়া। carried with the procession going দুপতীয়া, বি. (অং. দুই + পাত, পত্ৰ) দুটা to fetch water at a marriage. পাত ধৰা, ( অঙ্কুৰত খাটে); যেনে, মূলাৰ গুণীয়া, বি. (অ. দেশ, শস্য জোখা খৰাহি) পুলি দুপতীয়া হৈছে, দুটা পাত থক, এ দোণ ধৰা, পাঁচ সেৰীয়া, holding one having two leaves, two-leafed. dog or five scers. দুপ, স. শ. (সং. দ্বিপ্ৰহৰ, দিনৰ বা ৰাতিৰ দুত, স. শ. { সৎ, দুস্তৰ, ভৰিব নোৱৰা) আধা) দিনৰ বা ৰাতিৰ আধ; মাজ বৰ আপদ বা বিপদ, বৰ কষ্ট; যেনে, দিন; মাজ নিশা, half of a day ot দুতৰত পৰিলে বুদ্ধি হেৰায়, misfortune, night, midday, midnight. calanrity, disaster. দুপৰীয়া, স. শ. দুপৰ-বেলা, মাজ দিন। দুতৰপীয়া, বি. (অ. দুই, এক দুনা+ যেনে, মই দুপৰীয়া আহিম, midday. ভৰপ, জাপ) দু জাপ থকা, দুজপীয়া; দুপৰীয়া-টেঙ্গা, স. শ. (অ. দুপৰীয়া, ঐ + যেনে, দুৰীয়া কাপোৰ, double, of টেঙ্গা, অম্ন ) এবিধ গছ, ভাৰ পাতৰ পৰা two-folds or thicknesses. পুলি হয়, আৰু সি দুপৰৰ সময়ত টেঙ্গা দুলীয়া, বি. (অ. দুই+তাল, গীতৰ ছেদ হয় বুলি মানুহে কয়, a kind of acid বুজোৱা আঘাত; দুই প্ৰকাৰে ভাল plant. দিয়া। এজনক এক কথা আন জনক দুপিয়া, অ. বা. (অং. দুপ, বেগাই যাওঁতে তাৰ বিপৰীত কথা কোৱা, এক সময়ত হোৱা ভৰিৰ শব্দ } দোপ দি, দোপ মাৰি, এক আন সময়ত আন কথা কোৱা, sface cĘ, to press down with double-tongued, deceitful. the fcet. স. ধা, সন্মতি বুজাবলৈ সঞ্চা- দু, স. শ. (সং. দুগ্ধ; বং. দুদ, এৱা লিত ক (মূৰত খাটে); যেনে, তেওঁ দুদু, গাৰ্থীৰতাৰ পৰা গাখীৰ ওলায় এতেক) আহিব নে বুলি লোধাত তেওঁ মূৰ 02, forate, the breast of a woman. Fürtct, to make a motion of দুদবি, বি. চাউল হবৰ আগেয়ে গাখীৰৰ assent with the head, to no assent. নিচিনা ৰসযুক্ত হোৱা, চাউল হবলৈ ধৰা, দুপছুপ, অনুক, লৰি যাওঁতে ভৰিৰ পৰা {ধানত খাটে); যেনে, ধান দুদৰি হোৱা বা গধুৰ বস্তু ঘনে ঘনে পৰাত 2718, containing a milky fluid, the হোৱাৰ নিচিনা শব্দ, an imitative radiment of the futuro grain. sound used to express that caused দুদমোৰ, স. শ. { অং. দুদ, ঐ+মোৰ, পেট by the feet ini mming or by a বোৱা ৰোগ ) পিয়াহৰ দোষত লৰাৰ repeated fall of heavy bodies. ছেদ আৰু বাতি হোৱা বোগ, infantile দুপহুপনি, স. শ. দুপছুপ শব্দ, বৰকৈ বেগাই diarrhaa. যাওঁতে বা গধূৰ বস্তু ঘনে ঘনে পৰোতে দুধু, স. শ. (সং. দুগ্ধ ) এৱা গাখীৰ, milk. etay *, the sound of running দুধৰীয়া, বি. (অ. দুই + বাৰ, চোক ) দুইও with a heavy trcad, &c. ঈাতিত ধাৰ থকা, double-edged. দু-দুপা, অ, ধ. দুপ- শব্দ কৰ; যেনে, সুনা, স. শ. (অ. দুই, হিং, দূনা, হুগুণ। বৰষুণে সুপছুপাইছে; ডেও পাৰু, উদ্ধৃত হ; যেনে, বৰকৈ দুপসুপোৱা ভাল সুনাই, ক্ৰি. বি. আকও, পুনৰায়, again. নহয়, to make heavy, dull sounds, দুলুভি, স. শ. (সং. দুন্দুভি-দুন্দু, অনুক, as with the feet in walking, to act এবিধ বাদ্য, ডাঙ্গৰ নাগে; এটা with rashness or without restraint. দৈত্যৰ নাম, a kettledrum, the narne দুপছুপীয়া, বি. দুপছুপ শব্দ কৰা, অতি of a demon. বেগেৰে ঘন হৈ পৰা (বৰষুণত খাটে); গুণ, double.