পৃষ্ঠা:হেমকোষ.pdf/৪৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ধান্। & 8+ ধি, a থা, স. শ. (হি. বং. খান, এভেখৰ কাপোৰ) জঁপি থোৱা সমুদায় এড়োখৰ Flerta, a whole piece of cloth. পানা, প. শ. { হিং. থানা, পৰ দিয়া ঠাই) দোষী মানুহক ধৰি আনি সোধৰ নিমিত্তে ৰখ ঠাই, police station. পান খান, বি. (অং থান, ঠাই) অনেক ঠাইত সিঁচৰতি, scattered about. পাখি, স. শ. (সং. স্থানস্থিতি, ঠাই আৰু নিবাস) সদায় থকা ঠাই, নিশ্চিত নিবাস; যেনে, অঘৰীৰ পানথিত নাই, a fixed abole. খান, বি. (অং. থান, ঠাই+বান, অনুক) সিঁচৰতি, বিশৃঙ্খলৰূপে ঠাই-ঠাই কৰা, scatterixl abont, disordered. পাপ, স. শ. (হিং. থাপা, হতোৰা) অকস্মাত হাত মেলি ধৰা কাৰ্য্য; অকস্মাত ওপৰৰ পবা পৰি নখেৰে ধৰা কাৰ্য্য; যেনে, f69a12 271, the act of seizing sud- vlenly by the hand or of pouncing down upon. . থিতে, ক্ৰি. বি. (সং. স্থিতি, থকা) থকা ঠাইতে, তেতিয়াই, ততালিকে; যেনে, থিতাতে মৰিল; নিচেই ওচৰতে; যেনে, থিতে নৈ, immediately, on the spot, very near. খিতদহে, ক্ৰি. বি. ধিতে, তলিকে, immediately, directly. থিপথিপয়া, বি. (অং. থি-থিপ, অলপীয়া পানীত ভৰি দিলে হোৱা শব্দ) অলপঁয়া, ভৰি তল নোযোৱা; যেনে, চোতালত থিপথিয়া পানী, not suiciently deep to cover the fect ( said of water). থিয়, বি. পোনে পোনে, ওপৰলৈ উঠা, এঢলীয়া নোহোৱা; যেনে, থিয় গৰা; শুই বা বহি নথকা; যেনে, থিয় হৈ who, perpendicular, precipitous, standing. থিয়-কি, স. শ. কিল কুটি থিয়কৈ কৰা আঘাত, a to, a downward stroke with the elbow. থিয়-গোৰ, স. শ. ৰ্থিয় হৈ ভৰিৰে তললৈ কৰা আঘাত, a kick, থিয় দঙ্গা দি, থিয় হব পৰা হ; যেনে, লৰাই থিয় দুঙ্গা দিছে, to be able to stand erect. থিয়চকুৱা, বি. পোন-চকুযুক্ত (জত খাটে), having slanting cyes like those of certain animals. স. শ. মানুহত বাজে আন জন্তু, al animal as contradis- tinguished from man. থিয়াখি, ৪. শ. থিয় হৈ অলপ ইফাল-সিফাল কৰা কাৰ্য; যেনে, চেঁলতে খিয়াথি কৰোঁ, the act of standing and mov. ing to and fro. বিয়ৈ, কি- বি, থিয় হৈ, কাতি নোহোৱাকৈ; যেনে, গছ জোৰ থিয়ৈ আছে, in a standing position. থিৰ, বি. (সং. স্থিৰ, ) লৰচৰ নোহাৱা; যেনে, পৃথিবীখান থিৰ হৈ আছে; নিশ্চিত; যেনে, বিয়া থিৰ হৈছে, থাপ মাৰ, অকস্মাত ওপৰৰ পৰা পৰি ধৰ; যেনে, চিলনীয়ে থাপ মাৰি মাছ নিলে; হঠাত হাত মেলি ধৰ, to potance down upnn, to scize suddenly. থাপনা, স. শ. (সং. স্থাপন, খোৱা কাৰ্য) আপনি, এই দেশৰ বৈষ্ণৱবিলাকে সেৱা কৰিবৰ কাৰণে পাতি খোৱা ভাগৱত বা শঙ্কৰ, মাধৱ নাইবা তেওঁবিলাকৰ কোনো এজন শিষ্যে কৰা পদ-পুথি, a copy of the Bhagavata, or the sacred book place in their chapels by the Vaisnavas of Assam as ait object of worship , খাল, স. শ. (সং. স্থাল; হিং. বৃৎ থালা, ভোজনৰ পাত্ৰ) ধাতুৰ, শিলৰ বা মাটিৰ বহল ঘূৰণীয়া পাত্ৰ, a tray or platter. থালী,স.শ.(সং. স্থালী, ৰন্ধাপাত্ত) বুৰ ভাগৰ 54, a large deep carthen vessel. থা, স. ধা. নিচেই সৰু সৰুকৈকুট; বেঞ্জীৰে ঘনকৈ খোঁচ, to mince, to chop.