পৃষ্ঠা:হেমকোষ.pdf/৪৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

থকাসকা 889 থৰ্থবিমান। কৰি বাঢ়িছে, the act of stopping or stepping back, . থকাসৰকা, বি. (অং, থকা, স্থিত হোৱা+ সৰকা, এফালে সোমাই আন ফালে বাহিৰ হৈ যোৱা) বহুত বিশ্বাযুক্ত, অনেক ফুটা ওলোৱা; যেনে, কাপোৰখান উইয়ে কুটি কাসৰকা কৰিলে। অনেক ঠাইত যা লগোৱা বা কটা, full of loles, hacked, mangle. থক্ব, অমুক, উভলা ভাতৰ মাতৰ নিচিনা

  • , an imitative sound used to

express that of boiling rice, &c. থবকনি, স. শ. উত্তল। ভাতৰ শৰ, the sound of boiling riie. থকৰক, অ, ধ. শব্দ কৰি উতল, ভাতৰ দৰে উতল ধৰ, t) til with a ggling • sound. অঙ্গা, স. শ. (সং, এন, বিস্তাবিত কৰ, বহলা) কম্বল, ভোটানৰ পৰা অনা। এবিধ নোমন কাপোৰ, তাক প্ৰয়ে পাৰি বহা যায়, 400* 1 aty, a native blauket. পপ, অনুক, কোনো লঘু বস্তু পৰাৰ নিচিনা

  • an imitative sound used to

express that produced by the fall of a light lotly, পৰাই, ক্তি, থপৰ শব্দ কৰি; যেনে, ধপ কৰে, পাত মুঠা থপৰাই পৰিল, with a low llant sounel. স্বপৰিয়া, স. বা. (অং. থপৰ, অনুকাৰ শব্দ) হাতৰ তলুৱাৰ আগ ভাগেবে অলপ অলপ- কৈ আঘাত কৰ, to pat gently. খপিয়া, স, ধা. { অং. থাপ, অকস্মাত ওপৰৰ পৰা পৰি ধৰা কাৰ্য্য) চিলনীৰ দৰে অকস্মাত ওপৰৰ পৰা পৰি নখেৰে বিন্ধু; যেনে, কাউৰীয়ে ফেঁচাক ধুপিয়ায়, হাতৰ তলুৱাৰে অলপ অলপকৈ আঘাত কৰ, to pounce down upon, to strike gently with the palm of the hand. . ঋপিয়াখপি, স. শ. এটাই আনটোৰ ওপৰত বা এটাৰ পাচত আনটোৰে কোনো বস্তুৰ ওপৰত থাপ মৰা কাৰ্য্য; যেনে, দুটা চৰাইয়ে পিয়াপপি কৰিছে, চিলনী- বিলাকে মাছত থপিয়াপপি কৰে, the act of pouncing down upon ono another or upon something one after the other. থপথপয়া, বি. (অ. থপথপ, বোকাত আঘাত কৰিলে হোল শব্দ) ঘন বোকাৰ নিচিনা, জুলীয়া নোহোৱা, of a soft, thick consistency. ধমকৃ, অ. ধা, (হিং, খমুনা, বং. থামন, ৰৈ থকা) স্তম্ভিত হ, , ধমক মাৰ, to slop. থমকা খা, ভয় বা বাধা পাই আগ বঢ়াকৈ ৰ; যেনে, ঘোৰাটো লৰি গৈছিল নৈৰ ওচৰ পাই সমকা খালে, a stand motionless from fear or obstruction. থমকা মা, ও, স্তম্ভিত হ, আগ নবঢ়াকৈ ধাকৃ; যেনে, বাঢ়নী পানীয়ে থমকা মাৰিছে, to stop, to ense to advance. থম দৈ, স, শ. ( অ, ওস্তা, লৰচৰ নকৰা+ দৈ} নিপানী বৰ ঘন দৈ-গাখীৰ, solid curd or curelled milk. প্ৰথমীয়, বি. মঙ্গহাল, ডাঙ্গৰ গাযুক্ত (বুঢ়া stara facere), corpulent, stout (as 21 old person). থ, স. শ. {সং, স্থি, সচৰ নকৰা ধৈৰ্য্য, স্থিৰতা; যেনে, টানত পৰিলে মানুহে 964 477, steadliness, patience. -কাছুটি এ, বিতত হ, বিবুদ্ধি হ, তত হেৰুৱা; যেনে, নাও ডকাত পৰিলত গুৰিয়ালে খৰ-কাভুটি এৰিলে, to lose presence of mind. . ধৰ, স. শ. ধানৰ পাঁচোটা, ছটা বা আঠোটা 8, five, six or cight buudles of pardy. ধৰ বৰ, বি. থকৰ বকৰ, অস্থিৰ, কঁপা; যেনে, বুঢ়া মানুহৰ হাত ধৰ বৰক, tremulous, unsteady. 7. t.exful কম্পন; যেনে, তাৰ হাতে থৰক বৰক কৰে, unsteadiness, tremulousness. অৰ্থৰিমান, বি. (হি. থৰ পৰু, কঁপনি) }