পৃষ্ঠা:হেমকোষ.pdf/৩৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৪১ মাটি ধৰ,। ছয়ষষ্ঠ, সংখ্যা (অং, ছয়, ঐ+ষাঠি, তিনি কুৰি) ছয়-অধিক তিনি কুৰি, sixty-six. ছয়-সত্তৰ, সংখ্যা (অং, ছয়, ঐ + সত্তৰ, তিনি কুৰি দহ। তিনি কুৰি বােল, seventy-six. দুয়াবৈ, সংখ্যা. { অং, ছয়, ঐ + নবৈ, চাৰি কুৰি দহ } চাৰি কুৰি যােল, ninety-six. ছয়াশ, সংখ্যা, { অং. ছয়, ঐ + আশী, চাৰি কুৰি } ছয় অধিক চাৰি কুৰি, eighty-eix. ছৰতীয়া, বি. ( অং. ছয়, দুবাৰ তিনি+ ৰাতি, এমহাৰ একুৰি চাৰি ভাগৰ এভাগ ) 5-offs Coptery, weighing six ratis. স. শ. পুৰণি এক অনা মূল্যৰ ৰূপৰ 67. an old silver coin of one anna value. , ছল, স. শ. (সং. ছাে, ছেদন কৰ) ফাকি, প্ৰতাৰণ, বঞ্চনা; যেনে, দুষ্ট মানুহে চল পালেই ছল কবে, এটা কথাক অন্য এটা বুলি দেখোৱা কাৰ্য; যেনে, জ্ঞানীয়ে সাধুকথা কোৱাৰ ছলেৰে হিত উপদেশ frey, deceit, fraud, stratagem, 7. . ফাকি দি, মিছতি সঁচা বােধ জন্ম, to kecevire, to eliest Ph.7. oitol, (স্ত্রী) ছলতী। ছলন, কদ, স. প্ৰতাৰণা কৰা কাৰ্য, 1le act of clicating. ছলনা, স. শ. প্ৰতাৰণা, ফাঁকি, বঞ্চনা, deception, cleating. দুলাহী, বি. (সৎ, ছল, প্ৰতাৰণা) বঞ্চক; 16, roguislı, deceitful. ছাৱাল, স. শ. ( হিং, ছাৱাল, লৰা লৰা, শিশু, a male child, ছ, স, ধ- {সং. ছদ, ঢাক) খেৰৰ দ্বাৰা ঘৰৰ চাল ঢাক্‌ to thatcli. কৃদ, স. ছাওঁতা, (স্ত্রী) ছাতী। ছাই, স. শ. ( হিং. ছাই, উম্ম) জুইয়ে পুৰি শুড়ি কৰা বস্তু, ashes. ছাউনি, স. শ. (অং. ছা, ঘৰৰ চাল ঢাক) গনি, ঘৰৰ ওপৰত দিয়া খেৰৰ ঢকনী, ঘৰ ছােৱা কাৰ্য্য ; ঘৰ ছােৱাৰ বেচ, thatch, the act of thatching, the wages for thatching.1 ছাউনী, স. শ. (হি. ছৌনী ; বং, ছাউনী) সৈন্য থকা ঠাই, barracks, a canton- ment. ছ, স, শ, (সং. ছায়া, হিং, ছাৱ, ৰদৰ আচ্ছাদন) ৰদ বা আন দীপ্তি নপৰাকৈ ৰখা আচ্ছাদন ; আৰ্শী আদিত ওলােৱ প্রতিমূৰ্ত্তি, a shadow, a shade, a reflected image. ছ, স, ধ. “ছেক” চোৱা। ছাকিনী, স. শ. “ছেকনী" চোৱা। ছাগ, স. শ. {সং. ছাগ, এবিধ জন্তু--ছাে, কাটু) এবিধ সকলােৰে চিনা জন্তুৰ মতা, a le-goat. (স্ত্রী) ছাগী। ছাগল, স, শ, (সং. ছগল, ছাগ) ছাগ, a he-goat. (স্ত্রী)ছাগলী; নিলাজ বা চুলুং মানুহ, (নিন্দার্থত), a slianicless man. ছাগলালি, ও. শ. ছাগৰ নিচিনা আচৰণ বা 701, the act of behaving like a goat; shamelessness. ছাগলী-শিঙ্গীয়া, বি. ছাগলীৰ শিঙ্গৰ নিচিনা, resembling a goat's horn. ছাগলাৰি, স. শ. এবিধ বনৰীয়া গছ, a kind of wild plant. ছাট, স. শু. (অং. ছিটা, উফৰি পৰা পানী আদি) ছিটিকনি, উফৰি পৰা পানী, বােকা বা আন জুলীয়া বস্তুৰ বিন্দু। যেনে, পাৰ্টীৰ ছাট লাগিল, a splash. ছাই, স. বা. (সং. ছদ, ঢা) ঢাকি ধৰ, আচ্ছাদন কৰ; যেনে, পানীয়ে পথাৰ ছাটিছে, বনে শহ ছাটিলে; বহুত মেৰ দি বাগ্ধ ; যেনে, তেলৰ টেকেলিটো বেতেৰে ছাটিবি; বৰকৈ মেৰাই ধৰু ; যেনে, To se aco, to cover; to twino round and round. ছাটু মাৰ, ঢাকি ধৰ, পানী খাটে); যেনে, পানীয়ে কঠীয়াবোৰ ছাট মাৰিছে, to submerge. ছাটি ধৰ, কি বা মেৰাই ধৰ, to cover or entwine.