পৃষ্ঠা:হেমকোষ.pdf/২৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খাজে খোপে খা। ২২৭ খোপে খাইছে, উচিতৰূপে, যেনেকৈ উপা; যেনে, ডাঙ্গৰীয়াই খাটনি লৈছে; মিলিব লাগে সেইৰূপে মিলি; যেনে, লোকৰ নিমিত্তে কৰা পৰিশ্ৰম; যেনে, এই উত্তৰ খাঁজে খোপে খাইছে, in a মোৰ খাটনি অন্ত পৰিল, soliciting proper or fit manner, fitting exactly. favors or service. খাজে খোপে খা. উত্তমৰূপে মিল, ভালৰূপে খাটনি ধৰ, কোনো কাৰ্য কৰি দিবৰ ats 47, to fit as tenon and mortise. নিমিত্তে ভাৰসা কৰ; যেনে, ডাঙ্গৰীয়াত খাৰী, বি. “খ” শব্দ চোৰ॥ wyt for afate, to solicit a lavor. খাক, স. শ. (যা. খাক, মাটি খোকাউৰি, খাটনিয়াৰ, স. শ. চেনেহ আৰু বিশ্বাসৰ গাৰ মাটি উলিয়াবৰ কাৰণ মুৰ ফল। মানুহ; গোইবিলাকৰ প্ৰধান লঙৱা, to, a lanıbou instrument for rais a favorite, the principal attendant iny" earth from a bole. on a Gosain. খাগৰি, স. শ. (সং, খগোড়, এবিধ তৃণ ) খাটলা, স. শ. ( স. খটা, শয্যাৰ আধাৰ) হাবিত আপুনি হোৱা কুঁহিয়াৰ জাতিৰ গোৰ্সাই সকল উঠি ফুৰা চাৰি-চুকীয়া এবিধ তৃণ, vet.(. 671999, a four-cornered velicle carried খাজন, স. শ. { যা. জালা, ধনৰাজ, (2) >> men's shuollurs nel ly the ৰাজ-কব, মাটি খেৰ। মানুহে মাটিৰ Cioxains of Assam. 5147717 HTV 47, revente, rent. খাটাৎ, বি. ( খম, শে) শেষ নিষ্পত্তি কৰা, খাজাঞ্চী, স. শ. মা, খাজাঞ্চী, ধন ভঁৰালী সম্পূৰ্ণৰূপে নিশ্চিত, পাচ লৰচৰ হবৰ ৰঞ্জৰ ধন ভৰালী, ৰাজহুৱা ধনৰ ৰখীয়া, সম্ভাৱনা-পক; যেনে, এই কথা খাটাং a treasurer'. 2776, conclusive, finally determineil. জুৰ, স. শ. { সং. খৰ্জু, এবিধ গছ। খাটাকৈ, কি, বি. নিশ্চয়ৰূপে, পাচে লৰচৰ এবিধ মিঠা ৰস-ওলোৱা গছ, আৰু তাৰ হবৰ সম্ভাৱনা নথকাকৈ, '১nclusively, ef, the date tree and its fruit. unalterally: খাট, স. শ. (সং. খটা, শয্যা) পালেঙ্গ, খাটুৱা, বি. (বং, খাট, চুটি বৰ ওখ আৰু কাঠৰ খুৰা লগেৰ শাৰ আধাৰ, কৰ চাপৰ নোহোৱা { মানুহত খাটে); bedstead. . (lwarlisle lont well-proportioned. পাটু, স. . (সং. খট, আকাংক্ষা ক) { খাণ্ড, স. শ. (সং. খ, দা) দা, কটা উপকাৰৰ আশাৰে কোনোৰ ওচৰলৈ গৈ ** fact, a "det," a large cutting ভাৰসা কৰ, উপাস। ক, নিয়ম অনুবাৰে instrument. পালন কৰ; যেনে, অশৌচ খাটে; দণ্ড খাতৃ, স, শ, (স.ক্ষত্ৰ, পথাৰ) থকা স্বৰূপে ভোগ কৰ; যেনে, ঢোৰে ফাটক ঠাইৰ পৰা আতৰত গৈতি বা লোকক etzt, to euriy favor with, to observe লগাবৰ নিমিত্তে লোৱা মাটি, দূৰ কৰা accorling to rule, to undergo as ঘৰ-বাৰী, নগৰীয়া ভদ্ৰ লোকৰ গাঁৱত থকা a penalty. অ. ধা, কেননা বিষয়ত ঘৰ-বাৰী; যেনে, ভদ্ৰ লোকৰ খাত খেতি বলৱন্ত হ; যেনে, এই বচন বিয়াত খাটে; হয়, পৰিকৰ আৰু মহ-গৰু-আদিও থাকে, ভৃত্যৰ কাম কৰ, লোৰ নিমিত্তে পৰিশ্ৰম sin estate situated at a distance from কন্তু; যেনে, অমুকৰ ঘৰত দুদিন খাটিলো; the residence of the proprietor and ভক্তি কৰু, উপাসনা ক; যেনে, ঈশ্বৰত cultivated for lim hy his servants খাটা; 1; to work for a particular or let on lease to tenantx. object, to serve, to pray. খাত, স. শ. (সং. খাদ, ভক্ষণ ক) ধৰুৱা, খাটনি, স. শ. উপকাৰৰ আশাৰে কৰা a lehtor.