পৃষ্ঠা:হেমকোষ.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

soby উৎকণ্ঠা। উঞ্চবৃতি, স. শ. (সং. উঞ্ছ, ছেবুটলা কাৰ্য্য+ঙি, জীবিকা) সৰি পৰা বা পথাৰত এৰি যোৱা ধান বুটলি আনি কৰা উপজীব্য; অধম জীবিকা, the act or state of living by gleaning, a mean livelihood. উট, স. শ. (সং. উষ্ট্ৰ, এবিধ জন্তু দীঘল- ডিঙ্গীয়া, পিঠিত কুঁজ-থকা এবিধ জঞ্জ, a cama. উটু, অ. ধা. (অং, উট, ওপৰলৈ গতি ক) পানীৰ ওপৰত গতি কৰ, ওপঙ্গি যা, ty float away, to drift. উটনীয়া, বি. উটি অহা; যেনে, উটনীয়া atte, drifting down. উটাটা, স. শ. {বং উল্টা-পালটা, উটাপুটি, ওপৰতলা) জোটা-পাটা, টনা- টনি; এতেকে, বগিয়াবাগ, আনিয়ামিন, a struggle; rivalry, wnulation. উটাপুটাকৈ, ক্ৰি. বি. অনিয়ামনি কৰি। উ, অ, ধ. (সং. উৎথান); গাদা, থিয় হ, ওপৰলৈ গতি কৰ, 'জাৰৰহণ কৰ, উন্নতি লঙ; যেনে, এই ঘৰ মানুহ উঠিছে, to rise, to get; to mount, to prosper. উঠঙ্গা, বি. ( অং. উঠ, ওখ হ। অলপ ওখ, slightly prominent. #. *. 290 cat ta, slight prominence. 7. 87. কথাৰে ডাঙ্গৰ কৰু, মিছা প্ৰশংসা কৰ, to fatter. উঠল-উঠঙ্গি, বি. 4-61918, uneven, undulating. উঠন, বি. দশ ডাঙ্গৰ হোৱা; যেনে, উঠন ছোৱালী; আনকৈ পৰমাৰ্থৰ অধিক ভাগ পোৱা, ধৰ্মৰ কথা বুজি উঠা; যেনে, উঠন ভকত, grow up; txcelling in spiritual knowledge, devout. 77. 77. thi Frl, the act of rising, or mounting. ক্ৰি. বি. উঠা কাৰ্য, the act of rising . উড়, অ. . (সং. উডডয়ন, পাখিত ভৰ দি, ওপৰলৈ উঠা) পাখিত ভৰ দি আকাশে fe Ty, to fly, soar. উড়ন, কুদ, স. উৰা কাৰ্য; খুঁটাৰ মাটিৰ ওপৰে থকা ভাগ; যেনে, ৫ হাত উড়ন, the act of flying up, that part of a post which is above ground. উড়া বা উৰা মাৰ, উৰ, to fly. উড়াও বা উঁও কৰ, বৰ ওপৰলৈ উড়, to soar. উড়নীয়া, বি. (অং. উড়ন। উড়িব পৰা, sity for story, lying; able to fly. উড়ীদল, স. শ. (সং. ওড়ী, বনৰিয়া ধান ) ধানৰ নিচিনা গুটি হোৱা এবিধ বন, 1776, a special kind of aquatic grass producing grain like rice. উড়ীধান, উড়ী দলৰ গুটি, the wild rice. উতঙ্গা, স. . (সং. উত্তুঙ্গ, ওখ } মাৰ কিল আদি কৰিবলৈ মন বঢ়াই দি; উতলা, 160, 10 excite to an act of violence, to incite. উতনুৱা, বি. (সং. উত্তুঙ্গ, ওখ। উদ্ধত, ডে ও মন বঢ়া, বিবেচনা নকৰি হঠাৎ কাম কৰা; অস্থিৰ, asl, intensiderate, exeitable; unsteady. 4. *. afar এন্দুৰ জাতিৰ জন্তু, a mole. উতৰ, স. শ. “উত্তৰ চোৱা। উতৰা-উতৰি, স. শ. এটাই আনটোক উত্তৰ দিয়া কাৰ্য্য; বাদানুবাদ, a disputation, উত, অ. - (সং. উত্তপ্ত, পত) তাপ পাই এফন্দি উঠ; (পনীয় বস্তু ত খাটে), to be boiled. স. শতাপ পাই ওফৰা অৱস্থা; যেনে, ভাতে উতল ধৰিছে, a boiling. উতলা, স. বা. ভাপ দি ওফা; উচটা, try boil, to incite, to persuade. fo. ব্যগ্ৰ, পলম সহিব নোৱৰা, grer, উতীয়, বি. (অং.. ও, এলাহ) এলেহুৱা সৰগ, lazy. (কামৰূপ॥ উৎকট, বি. (সং. উৎ, ওপৰ, ডাঙ্গৰ) ভাঙ্গৰ; উগ্ৰ (বেয়া ভাৱত খাটে); যেনে, উৎকট পাপ, উৎকট ৰোগ; টান, severe, excessive; difficult. উৎকণ্ঠা, (সং. উৎ, উপস.+কঠ, দুখিত হ) উগুল-ধুল, ভাবনা, কোনো কথাৰ কি