এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শুদ্ধিপত্ৰ
বিদেশত ছপা হোৱায় আৰু প্ৰেসাধ্যাক্ষৰ অনেক বিঘ্নৰ বাবে পুথি খনৰ ভালেমান বৰ্ণাশুদ্ধি থাকিল, পাঠক সকলে যেন সেই দোষ মৰসন কৰে৷
তলত শুদ্ধি পত্ৰ প্ৰস্তুত কৰি দিয়া হল, তাক চাই নিজ নিজ পুথি সংশোধন কৰি ললে কৃতাৰ্থ হম। বহুত ঠাইত “ৰ’’ ঠাইত র, “ৰু” ঠাইত রু, আৰু “ৱ” স্থলত ব হৈছে। কিন্তু ইয়াক বেচি বেয়া যেন নেদেখি, শুদ্ধিপত্ৰও তুলি দিয়া নগল ইতি।
লিখোতা।
| ৪ | ৯ | জীবেৰ | জীবৰ |
| ৮ | ১৫ | মানহ | মানুহ |
| ৯ | ৮ | আচাৰেৰ | আচাৰেৰে |
| ১০ | ১৮ | বাহিবলৈ | বাহিৰলৈ |
| ১১ | ৩ | ক্ষত্ৰিয়েৰ | ক্ষত্ৰিয়ৰ |
| ’’ | ৪ | বৈশ্বৰ | বৈশ্বৰ |
| ’’ | ৫ | না হয় | ন হয় |
| ’’ | ১৪ | মেষৰ | মেযৰ |
| ১২ | ১২ | এনেকুবা | এনেকুৱা |
| ’’ | ২২ | অকৌ | আকৌ |
| ১৩ | ৬ | গুৰিৰ | গুৰিত |
| ’’ | ১২ | দঙ্গিণ | দক্ষিণ |
| ১৪ | ১৪ | গুৰুকে | গুৰুৱে |
| ’’ | ১৬ | গুৰুৰে | গুৰুৱে |
| ’’ | ১৭ | যোয়া | যোৱা |
| ” | ১৮ | গুৰুৰে | গুৰুৱে |
| ১৫ | ১ | আৰাম্ভ | আৰম্ভ |
| ১৬ | ৬ | বথা | কথা |