পৃষ্ঠা:হাহিৰ টোপোলা.pdf/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

টুবুৰা ওজা

ৰাণী ৰাণী

ডাইনাপালী : কাক মাতিছা ৰাণী বুলি ওজা ঃ ডাইনাপালী : ওজা : ডাইনাপালী : ওজা

ডাইনাপালী :

ওজা ডাইনাপালী : ওজা তোমাক তোমাৰ চকুৰ কিবা দোষ হৈছে নেকি? তুমি মোক দেখা নাই। কিয় নেদেখিম, দেখিছো। দেখা হলি ইমান ভুল নহল হৈ। কি ভুল হ’ল। ৰাণী মতা না মাইকী। কি কথা বিলাক যে সোধ। ৰাণী মাইকী। মোক সেনাই হান পাইছ নেকি? তিৰীৰ একো লক্ষণ দেখোন মোৰ গাত নাই। তুমি কথা বিলাক ভুল ভাবিছ। আমি অভিনয় কৰি আছো নে নাই? ডাইনাপালীঃ আছো।

পদত ৰজা ৰাণীৰ কথা ওলাইছে নে নাই।

ওজা ডাইনাপালী: ওজা ওজা ডাইনাপালীঃ ওলাইছে

সেইকাৰণে মই ৰজা হৈ তোমাক..

সেইটোৱে ভুল।

সেইটো কি ভুল হ’ল।

হাহিৰ টোপোলা- ১২৭