এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
জ্ঞানীপক্ষী ডাইনাপালী : শাল্ব ৰজা বৰ প্ৰজাবৎসল ৰজা আছিল৷ দেশৰ প্ৰজাৰ যদি কোনো জতিল ৰোগ হয় ?
- ৰজা শাল্বৰ ৰাজ ভাণ্ডাৰৰ ধনেৰে ৰোগী সকলক
চিকিৎসা কৰা হয় । ডাইনাপালী : তাৰ বাবে ৰজাই ৰাজ্যৰ সীমাৰ বাহিৰত চিকিৎসালয় নিৰ্মাণ কৰি থৈছে।
- ইয়াৰ কাৰণ প্ৰজাৰ মাজত যাতে ৰোগ বিয়পিব নোৱাৰে
তাৰ বাবে ৰাজ্যৰ সীমাৰ বাহিৰত । ডাইনাপালী ঃ বেমাৰী প্ৰজাসকলক চিকিৎসা প্ৰদান কৰা হয়। সম্পূৰ্ণ আৰোগ্য হোৱাৰ পাছত নিজৰ ঘৰলৈ যাবলৈ অনুমতি দিয়া হয়। ওজা ওজা ওজা ডাইনাপালীঃ ওজা
- দুৰ্ভাগ্য বশত এবাৰ ৰজাৰ কুষ্ঠ বেমাৰ আৰম্ভ হ'ল।
ৰজাই ভাবিলে প্ৰজাৰ বেমাৰ হ'লে মইৰাজ্যৰ বাহিৰত চিকিৎসা দান কৰো।
- এতিয়া যদি মোৰ বেমাৰত ৰাজ্যৰ ভিতৰত থাকি
চিকিৎসা কৰা হয় ডাইনাপালী : এই কথাটো নীতি বিৰুদ্ধ হ’ব। নহয় মই প্ৰজাৰ মনত হেয় হোৱা কাম কৰিব নোৱাৰো। নানান চিন্তা কৰি এদিন ৰাতি ...
- ৰজাই হাতত সাৰে ভৰিত সাৰে ঘৰৰ পৰা ওলাই গ'ল ৷
ৰাতিৰ পিছত দিন দিনৰ পিছত ৰাতি কেইবা দিন অৰণ্যৰ মাজে মাজে গৈ ..... হাহিৰ টোপোলা- ৯৮ ওজা ......