পৃষ্ঠা:হাহিৰ টোপোলা.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ডাইনাপালী : তুমি আজি নাহা হলি খুৰা মোৰ সন্মান ৰাখা হলহৈ তান।। ঃ ঐ নাক কাতি হাত, হে গজমুৰি হাত, মোক এনাই কাইমৰে আচলি ৷ মোৰ জাৱে আকো নাজনে। ইটা চাহি মাহাভাৰত উল্টা পাল্টা কৰি ফেললাক। বাপে আজিহে বিকাৰ পলচি । ডাইনাপালীঃ ভেদো গাউবুঢ়াৰ বুদ্ধিত মহামুৰ্খ মানিকে জ্ঞানীৰ পৰিচয় দি আহিল। ওজা আহু বামুন

বাৰু ডাইনাপালী, তুমি যি কলা ব্ৰাহ্মণৰ দুটা জাত।

ডাইনাপালীঃ জাত দুটা। এটা আহু আৰু এটা শালী। ওজা 8 ডাইনাপালী : ওজা

ওজা

      • *** ***

ডাইনাপালী : ধানৰ আহু, শালী থাকে৷ এওঁ আৰু ব্ৰাহ্মণৰ আহু, শালী পালক। আছেতো নহলি কওনা। তুমি বুজে কব পাৰিবা। চাবা কিন্তু ইয়াত বহু ব্রাহ্মন আছে। সেইতু কি ডাঙৰ কথা৷ মই বৈয়া কতা কলেহে বৈয়া পাব। ঃ নকবাও বেয়া কথা। হাহিৰ টোপোলা- ৯৩ 1