পৃষ্ঠা:হাহিৰ টোপোলা.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ডাইনাপালী : তে অলে আহা মই অলংগে। ওজা : ইমান পলম হ’ল ইতাকলেগি দুখু জাৱেৰ দেখা দেখিয়ে নাই। ডাইনাপালী : বলা খুৰা বলা। ঘৰ পাবাৰে হৈছি। ওজা

বি এ আইছি, বাপা আহা। আকালাগে ভৰি দুখন ধুই ল। ৰাষ্টাততো আকো অসুবিদা হনাই বিয়ে। নাই আকো অসুবিধা হোৱা নাই৷ ডাইনাপালীঃ ওজা

বি এ আপুনি আহাই মই বৰ ভাল পাইচু কি কৰিব, ই মানিকে নেৰে নহয়। ডাইনাপালী : ওজা

ভাল হৈছি দক আহাই ভাল হৈছি। এটা কাম কৰক বি এ। চাহ তাহ খাই হেৰি কৰক। তুলসিৰ গুৰত নাউমান ঠগি ধুই দিছু জৱে আকআধ্যা পুথি পঢ়ক। ভাত কেতাও হক। খুৰা মই টো পঢ়িব নাজানু। হবোদে মই আছোটো। চিন্তা কৰিব নালাগে। মোৰ ভয় লাইগচি খুৰা। মনে মনে থাক। ঠগিৰ কাষক লগি যো। প্ৰথমে এটা ডাইনাপালী : ওজা

ডাইনাপালী : ওজা 8 ডাইনাপালী : ওজা

হৰিদ্ধানী দব লাইগব। জয়ো ভেলা। হেয় কৃষ্ণ বুলে হৰি বোল হৰিবোল। পুথিখন খুল। হাহিৰ টোপোলা- ৯১