সমললৈ যাওক

পৃষ্ঠা:হাঁহি-ধেমালি.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হাঁৰি-ধেমালি মাখিক মূৰৰ ঘিঁউ কাঢ়াক কানিৰ দোকান লৈ, এই ব্যৱসায়ৰ জোৰ একোৱে নাপায় দিয়াগৈ সৱাকে৷ ৰৈ। এদিনাখন গোবিনে নিজৰ ঘৰত বহি থাকোতে দুপৰ পৰত ওলালহি দুজন ঠানাৰ চিপাহী হাতত “হেও কাফ” (১) লৈ, গোবিন শৰ্ম্মাৰ চুৰ্ত্তি হেৰাল, পলাল বাৰীয়ে চিপাহীয়েও মাবিলে পাচতে দৌৰ বোকাত লাগি গোবিন বল গৈ। ইপিনে সিপিনে বোকাত পৰি তেওঁ লুঃৰি পুতুৰি হল, মহলদাৰৰ অৱস্থা দেখি সকলো আচৰিত হল। কিনো কথা ঐ কিনো বঙৰা, উঃ! কিনো প্ৰভুৰ জাল! এইহেন জন লাখপতি ধনীত যদি এমুৱ কিনো কৰিবা ঐ, ক’তনো থাকিব৷ ঐ, দেশনো কেনেকৈ কয়! পাচদিনা শৰ্ম্মাক দুপৰ পৰত পুলিছে উলিয়ালে গৈ কাছাৰী ঘৰত, হুৰুম হলগৈ আবেলি পৰত- গোসিনৰ দহ বছৰ জেইল, টাত নিটাই বন্দীশাল পালেগৈ; মাত্মৰক্ষাত মাৰিলে ফেইল। (১) হেতকাফ বা