সমললৈ যাওক

পৃষ্ঠা:হাঁহি-ধেমালি.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হাঁহি-ধেমাগি। সিও কেনিবা উৰি গল, মূৰত পিন্ধা গাৰ চোলা চিং পালং হन। যোগাইৰ টুপী কোট, পেট্‌লু সযতনে অন মদৰ বটলো খণ্ড বিখণ্ড হল ডিঙি দুটা মুঠেই বটল দুটাৰ ককাল জৰিত ওলমি বল। লৰা ছোৱালী ডেকা গাভৰু বুড়া বুড়ী সৱে ছয়াৰ মেলি খিড়িকী খুলি ডিঙি ভাঙি চাইছে এৰে। যোৰহাট চহৰৰ আ প্ৰতিজনেই আৰোহণ দেখি শহুৰেকৰ ঘৰ পলাৰ শৰাই ৰাখিলে। হীৰ অশ্বাৰোহীৰ আই আহি পোৱত পালে'হ ধীৰ যোগাই ভাৰ্য্যা পুত্ৰ তেওঁৰ সৰে মিলি চাৰ তাতো যে ঘোষ৷ ৰোৱা নাই। নোৰোৱা দেখি জোৱাই লৰাক শহৰেকেও চাই চাই