পৃষ্ঠা:হাঁহি-ধেমালি.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হাঁহি-ধেমালি। দেখুৱাইছে৷ বাৰুকৈয়ে। আকৌ যদি ভবিষ্যতে কেতিয়াবা তাক লগহে পাওঁ চাবা বাৰু সি হিলগতে মোক শতকোটি দগুৱ জনাইতে যদি ওচৰ চাপে। মকৰা-~-~-(স্বগতঃ ) এবং কোবত পিঠিৰ ছাগছে চিঙিছিল পুলিছে। তোমাক শতকোটি দপ্ততে দিবতো। WAPI May Apr বৰডেক!—পুলিচে হলে বেই জানিছে এইবাৰ যে এই অঞ্চলত মানুষ আছে। সতত বাজেও এনে মানুষ আছে যি ইচ্ছা কৰিলে সিংহকে। মজা দিব পাৰে। মকৰা --- বাৰু যোন। কথাগল। পিচে বান্ধ, মোৰ এটা অনুৰে। মোৰ ভঙি ছোৱালী এজনী আছে। তাইৰ কন্যাকাল হবৰ আজি দুবছৰ পাৰ হৈ গৈছে। আত্ম-প্ৰশংসা অৱশ্যে কৰিব নাপায়। কিন্তু বান্ধ বুলি নকৈও নোৱাৰো দেখাই দৰশনে, কথাই বচৰাই হাইৰ জোৰ পোৱা ন জামাৰ এই ডোখৰত এতিয়ালৈকে দেখা নাই আফ। ঈশ্বৰৰ ৰুপাত দৰাও পাইছো অলেখ। সিদিনা এজমে নগদ টকাকে বাচিছিলহি, ডাৰ-ভেটৰটো কিভাবেই নাই। ৰাশি জোৰাও আছে। পিচে কি এটা কথা কব নোৱাৰো মন:টাচোন কোচ খাই কোচ পাই আছে। আচল কৰা হৈচে মন জোৰাইছে জোবা। বান্ধই যদি এফেবা দয়া নকৰে সঁচাকৈয়ে কৈছো মোৰ মনত শান্তি নহৰ বিয়া জনিত কৰবাত নহয় কাত পাতিবতো লাগিবই। সেয়ে মনৰ ইচ্ছানুযায়ী হলেছে ভাগ atest t