সমললৈ যাওক

পৃষ্ঠা:হাঁহি-ধেমালি.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

} . পুৰোহিত – যি কি নওশ, এতিয়া তৰ্ক কৰিবৰ সময় নহয়। আয়শ্বক হলে পাচতো আপোনাক তৰ্ক কৰিবলে সুযোগ দিম, আপোনাৰ অনিচ্ছা বা মত পৰিবৰ্ত্তনৰ কাৰণ অকাৰণ বুজিবলৈ চেষ্টা কৰিম। কিন্তু এতিয়া নয়। এতিয়া দৰা আদবি নিবলৈ আপুনি বাধ্য। যাত্ৰা (ক) – দৰ৷ আদৰি নি কথা সম্প্ৰদান দিবলৈ আপুনি আইন মতে বাধ্য, ধৰ্ম্মমতে বাধ্য, লৌকিক নিয়ম অনুস বাধ্য সকলে৷ বৰযাত্ৰী-নিশ্চয় নিশ্চ (ভোলাৰামে লাহে লাহে ভাবি চিন্তি আগবাঢ়ি আহি দৰাক লাগঢ়োই নিয়ে। পুৰোধিতে মন্ত্ৰপাঠ কৰিব ধৰিলে। বিছানাম গীত বাঞ্ছাদি হব যৰিলে। এনেতে এটা পুলিঙ্কে বৰডেকাৰ হাতত জৰি লগাই বটেদ টান পিব ধৰিছে ) পুলিস্থ——এটখন নগৰ বুলি নাজান ওই? বৰচেল। – এটাৰলৈ মাফ কৰক হুজুৰ। ভবি: কাহানিও এনে ৰাম নকৰে৷ দেউতা। পুলিছ—উপিনে সিপিনে বাটৰ কাৰে কাৰে পাইনা যোৰ ন? যদি মানুষ শুধ তো পায়। এইখন হঁতৰ গাওঁ পাইছ- সে কি ঠোঁ