পৃষ্ঠা:হজৰত আলী মোৰতজা.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থ খলিফা হজৰত আলী মোতজা। ইছলাম গ্ৰহণৰ আগছোৱা। ইৰাণন প্ৰসিদ্ধ সম্ৰাট নম্ৰশ্বেধোঁৱাব নাতি খুছৰপৰজেৰ শাসন-কালত মক্কা-নগৰত বিখ্যাত কোকে, বংশৰ বনি- হাম্বিম ফৈত, ৫৯৮ খৃষ্টাব্দেৰ ২৩ ৰজব, দেওবাৰে, ‘শ্বেবে-খোদা হুজনত আলী মো’ ৰজা কাৰবানাল্লাহো আজহাৰ জন্ম হন। তেওঁৰ পিতাকব নাম আবুতালেব। আবুতালেবৰ ভতিজা শেষ নবী হজৰত মোহম্মদব (দঃ) বয়স তেতিয়া ২৮ বছৰ হৈছিল। হজৰত আলীৰ জন্মৰ সময়ত তেওঁৰ পিতাক খাত নাছিল। চহৰত ৰছুল কৰিমে (দ:) এই শুভবাতৰি পাই, আবুতালেবৰ ঘৰলৈ গৈ, কেঁচুৱা আলীক নিজৰ কোলাত লৈ নিজ হাতেৰে গা ধুৱাই দিছিল। সাধাৰণে হজৰত আলীক ‘আচাদ’, ‘শয়দদ' আৰু 'আলী' এই তিনটা নামেে মতিছিল। কিন্তু তেওঁৰ “একব’ (উপাধি) বহুত আছিল, যেনে—‘মোজা’ ( আক্কাৰ প্ৰিয়), 'খেবে-খোদ!' (আল্লাৰ বাঘ), 'আছা ছল্লাহ-আল গালেব । ।