এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
| বিষয়। | পৃষ্ঠা। | |
| ১। | বন্দনা | ২ |
| ২। | শতপুত্ত্ৰ মৃত্যু শুনি ধৃতৰাষ্ট্ৰৰ ক্ৰন্দন আৰু তেওঁৰ সান্ত্বনা। | ৪ |
| ৩। | ধৃতৰাষ্ট্ৰক ব্যাসে উপদেশ দিয়ে আৰু পূৰ্ব্বৰ বৃত্তান্ত কয়। | ১৮ |
| ৪। | গান্ধাৰী প্ৰভৃতি স্ত্ৰীসকলৰ শোক আৰু ধৃতৰাষ্ট্ৰ আদি সকলোৰে কুৰুক্ষেত্ৰলৈ গমন। | ২৪ |
| ৫। | ধৃতৰাষ্ট্ৰয় লোহাৰ ভীম চূৰ্ণ কৰে। | ৩৫ |
| ৬। | গান্ধাৰী সহিতে পাণ্ডৱ সকলৰ উত্তৰ প্ৰত্যুত্তৰ | ৪২ |
| ৭। | গান্ধাৰী প্ৰভৃতি স্ত্ৰীসকলৰ যুদ্ধৰ ঠাইলৈ গমন আৰু নিজ নিজ পতি পুত্ত্ৰৰ মৃত্যু শৰীৰ দেখি সকলোৰে বেজাৰ। | ৫৯ |
| ৮। | গান্ধাৰী প্ৰভৃতি স্ত্ৰীসকলৰ শোক আৰু শ্ৰীকৃষ্ণ গান্ধাৰীয়ে শাপ দিয়ে। | ৭০ |
| ৯। | যুধিষ্ঠিৰাদিৰ দ্বাৰা মৃতজনৰ শৰীৰ সংস্কাৰ আৰু হস্তিনালৈ যাবলৈ যুধিষ্ঠিৰক শ্ৰীকৃষ্ণয় অনেক প্ৰকাৰ বুজনি দিয়ে। | ৯০ |
| ১০। | যুধিষ্ঠিৰক শ্ৰীকৃষ্ণ, ব্যাস, নাৰদে নানা উপদেশ দিয়ে আৰু সেই উপদেশমতে সকলোৰে হস্তিনালৈ গমন। | ১০৮ |