পৃষ্ঠা:সূতিকা পটল.djvu/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০
সূতিকা পটল।

তুহু, মুকুৰে, মুদ্ধত,বিষাকাৰা।
ময়ী, সাকাৰা, আকাৰা, দিশাহাৰা।
কৰো,দৰ্শন,পৰ্শন, সুক্ষ্মহয়ী।
গোবিন্দ, তুহু, দাসকু-দাসময়ী॥
  তুহু, দাসময়ী,
   তুহু, দাসময়ী,
    তুহু, দাসময়ী।