এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১ম অ ১ম দৃ]
৩
সীতা
দুৰ্ম্মুখ— | সম্বাদ অতি অশুভ, মোক ক্ষমা কৰক প্ৰভু। |
ৰাম— | মোৰ কৌতূহল আৰু বৃদ্ধি নকৰিবাঁ, শীঘ্ৰে কোৱা। |
দুৰ্ম্মুখ— | ক্ষমা মাগো প্ৰভু।
|
ৰাম— | দুৰ্ম্মুখ!! |
দুৰ্ম্মুখ— | ধৰো চৰণত।
|
ৰাম— | বোলে কলঙ্কিনী!! যোৱাঁ দুৰ্ম্মুখ। |
দুৰ্ম্মুখ— | অপৰাধ মাৰ্জ্জনা — |
ৰাম— | যোৱাঁ। (দুৰ্ম্মুখৰ প্ৰস্থান।) স্বপ্নতো কামনা নকৰে অযোধ্যাৰ প্ৰজাই সীতাৰ বিসৰ্জ্জন! ভুল, ভুল, অতি ভুল—
লক্ষ্মণ, লক্ষ্মণ, উঃ। |