এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সীতা
প্ৰথম অঙ্ক
⸻⸻
১ম দৃশ্য—ৰামৰ বিশ্ৰাম কক্ষ।
(সীতা)
[দূৰত বৈতালিকৰ গীত]
নৱ দূৰ্ব্বাদল শ্যাম
জয় সীতাপতি ৰাম
প্ৰণমো প্ৰণমে৷ ৰঘুমণি
প্ৰজাহিত ব্ৰতধাৰী
নিয়ত মঙ্গলকাৰী
অবিৰত উঠে মৃদু
আৰতি বন্দন গীতি ধ্বনি,
প্ৰণমো প্ৰণমো ৰঘুমণি।
(ৰামৰ প্ৰবেশ)
ৰাম— | সীতা। |
সীতা— | প্ৰভু। (ৰৈ) আহক নাথ, দাসীয়ে চৰণ সেৱাৰ বাবে অপেক্ষা কৰি আছে। |