পৃষ্ঠা:সাধনী.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম গর্ভাঙ্ক। সয়ম্বৰ সভা। ( সভাসদ, কন্যা প্রার্থীসকল, নিতাই, নালীয়া, দর্শকমণ্ডলী।} এজন কন্যাপ্রার্থী তপৰ বাকী অংক ? সভাসদ -ই বহুপৰ। এলাহি মহাৰাজ মন্ত্রীবৰ সতে। ( ভিতৰ ৰালৈ চাই } এলালেহি কওঁতেই । (মন্ত্রী আৰু ধৰ্ম্মধ্বজৰ প্ৰৱেশ আৰু আসন গ্রহণ } মন্ত্রী – আসন এৰি উঠি। শুনা সভাদ আৰু দর্শকমণ্ডী, শুনি, সবাৱে সম্বৰ-পণ –‘শ-বিয়া মৈদাম এক পক্ষ কাল, মহলি কৰি আছে ক্ষুদ্র এটা প্রাণী,কেৰকেটু নাম তাৰ। নামানে সি মহাৰাজ, নড়ৰে একোতে, দম্ভ কৰি ফুৰে মাথো চালি ধৰি ধৰি, সৌ মৈদাম বগাই; অকস্মাৎ পিচে, মহাৰাজ কৰিলে ই প~~-“একেপাট শৰে যেয়ে শালি সেই প্রাণী, পেলবহি পাৰে সভা-সমুখত ; সাধনীৰ পাণি- কভি কৰিব সিজনে।”