পৃষ্ঠা:সাত্বত তন্ত্ৰ.djvu/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০
সাত্বত তন্ত্ৰ।

কৃষ্ণৰ কিঙ্কৰ  ভাগবত মিশ্ৰে
 বোলে কৰযোৰ কৰি।
আলাসক এৰি  নিৰন্তৰে নৰে
 ডাকি বোলা হৰি হৰি॥ ৩৭৬॥

অপৰাধ-সহস্ৰাণি ক্ৰিয়ন্তেঽহৰ্নিশং ময়৷॥
দাসোঽয়মিতি মাং মত্বা ক্ষমস্ব মধুসূদন।