পৃষ্ঠা:সমাজ-কথা.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমাজ-কথা
 


গোপালে এই সময়ত মোমায়েকৰ ধন খৰচ কৰা নাছিল। তেওঁ যি বৃত্তি পাইছিল তাৰেই চলিছিল; কেতিয়াবা বেছি নাটা-নোজোৰা হলে ছাপাখানাত একো বেলা কাম কৰিছিল। এইদৰে গোপাল কলিকতাত চাৰি বছৰ থাকি বি এ, পৰীক্ষা দি ঘৰলৈ আহিল।

⸻⸻