পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
সপ্তপৰ্ণ

আৰু ‘কানাইৰ’ নাম ক’ত পাল৷?⸺ক’তা কোনে৷ এখন বেদতে দেখোন ৰাধাৰ নাম নাই, কানাইৰ নামে৷ নাই। অতি পুৰণি বেদৰ কথ৷ এৰাই, বেদৰ বহু কালৰ পাচত প্ৰচলিত হোৱ৷ ভাগৱততে। দেখোন ৰাধ৷ আৰু কানাই এই দুটি শব্দৰ থানথিত নাই।⸺তুমি নিতান্তই আধুনিক নোহোৱ৷ নে? যদি আধুনিকেই হল৷ তেনে তুমি ৰাধ। বোলাটি মত৷ নে মাইকী?” প্ৰশ্নই এনে চাঁচৰি কোবোৱ৷ দেখি তোমাৰ চাগৈ কেনেব। লাগিল। তুমি একতীয়া হৈ গুচি আহি দেখিলা,⸺এইবাৰ প্ৰশ্ন নাই। তোমাৰ সুৰ শুনি তোমালৈ কোনে। কোনোৱে চাইছে, কেৱলে চালে। চাই চিন্তি বিজ্ঞানাগাৰলৈ লৈ গৈ তোমাৰ সুৰৰ চাপ্ পৰিমাণ, তোমাৰ শব্দ তৰঙ্গৰ দৈৰ্ঘা নিৰ্দ্ধাৰণ কৰিবৰ মনেৰে ভকতীয়া বান্ধে লাগি পৰিছে। তুমি হে যি, গাৱঁৰ অনাভুৱ৷ আজলী ছোৱালী, যন্ত্ৰ যুগৰ বিজ্ঞানাগাৰ দেখিয়েই চক্ খাই উৰি অহ! দি আহিল৷ তোমাক জ্বৰে এৰিলেও কৰ্প টীয়ে নেৰে। তোমাক উৰি অহ। দেখিয়েই উৰণীয়। শ্ৰেণীৰ কিব। এটি বুলিবলৈ আৰু কাৰ’বাৰ চল লাগিল। এইবাৰ গহীন গহ্বৰ প্ৰশ্ন উঠিল, “তুমি এটি ৰূপক নোহোৱানে?⸺এই ধৰাঁ কাণ মানে সংস্কৃতত কাউৰী, তাতে দেশজ প্ৰত্যয় দি কানাই কৰ৷ নাই নে, আৰু ৰাধ৷ মানে সেই একে ভাষাতে আম- লখি নহয নে? তেনে আচলতে কথাটি এইটি নহয় নে? একালত মথুৰা হাটত আমলখি পাবলৈ নাছিল, ইপাৰৰ