পৃষ্ঠা:সন্তসাৰ.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যৌবন-মােহন তৈল্য। এই তৈল সফলো তেলৰ ক’ত উত্তম, আৰু গন্ধও ভাল। ২ ৩ দিন পর্যন্ত সম ভাবে গন্ধ থাকে। আসামৰ ভদ্র সন্তান মাত্রেই ইয়াক ব্যাবহাৰ নকথা নাই। বটল ও ডাঙ্গ প্রায় আধা পােৱা তেল ধৰে দাম ও তাকৰ • অনা মাত্র। | কুন্তলৰঞ্জন। ইয়াক ব্যাবহাৰ কৰিলে সকলো প্ৰকাৰৰ মুবৰ বেমাৰ ভাল হয়। যেনে কামু ফুৰােয়া, আদকপালী সূৰ্য্যকপালী আদি তৎক্ষণাত ভাল হয় মূল্য ৭০ অনা। কেশ সুবাসিনী। ই, ও ভদ্র সকল ব্যাবহাৰৰ উপযুগী, ইয়াক নিয়মিতৰূপে ব্যাৰহাৰ কৰিলে চুলি বাৰে আৰু ফুল হয়। গন্ধও অতি মনোেহৰ মূল্য ৮০ অনা। বিশেষ সুবিধা। একে লগে ৩ শিশি নিলে মাশুল নালাগে। আৰু লগত • দামৰ এখনী কিতাপ ও উপহাৰ পাব। এজেন্ট লাগে ! এজেন্ট লাগে । আমাৰ উক্ত তৈল বেছিব কাৰণে আসামৰ সকলো ঠাইতে বিশ্বাসি এজেন্ট ভালে মান আৱশ্যক। সত্বৰে নিয়মাবলীৰ কাৰণে আবেদন কৰক। ঠিকানা। পূর্ণানন্দ গগৈ, পাৰফিউমাস-জয়পুৰ আসা সােল এজেন্ট-ধৰ্ম্মেশ্বৰ গগৈ, নামৰূপ ।