পৃষ্ঠা:সন্তসাৰ.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাতনি ।। “এই পুথিখনি” সাধু সন্ত, মহন্ত, ব্রাহ্মণ বৈষ্ণব, শূদ্র কলােৰ লাগতিয়াল যেন ভাবি পুৰণা কবিৰ সাহাৰ্য্যত ইয়াক অতি যত্নেৰে সংগ্ৰহ কৰি প্ৰকাশ কৰা হ'ল। গুণগ্রাহী গ্রাহক ও পাঠক সকলে যেন ইয়াক আদৰেৰে গ্ৰহণ কৰি আমাক ভবিষ্যতলৈ এনে ধৰণৰ পুথি সংগ্রহ ও প্ৰকাশ কৰিবলৈ উৎসাহ দিয়ে (৬) আৰু যদি কোনােবা খিনিত ভ্ৰম অক্ষুদ্ধ দেখে, তেনে পাঠক সকলে হৰি কথা বুলি আমাক দুখ নিদি যেন নিজে নিজেই শুধৰাই লৱ। মােৰ এই ফেৰায়েই সুহৃদৰ গ্ৰাহকবর্গ সকলৰ সমীপত। (পাতনি) গােহাৰি জনালো। ইতি। নিবাস, মাজলীবাম, পােঃ জয়পুৰ, আসাম, ১৯১৫। নিবেদনমিতি, শ্রীপূর্ণান গগৈ, সংগ্রাহক ও প্রকাশক।