পৃষ্ঠা:সন্তমালা.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চাৰুচন্দ্ৰ গোসাই।। চন্দ্ৰ গোসই। লৰিলা তথাই। থাকে সেহি ঠাই। কাশীতলি গানে। কুৰাবাহী সত্ৰ। প্ৰভুৰ বচনে। ডিফলু একত্ৰ। পাচে ভক্তগণে। গোপালৰ সত্ৰ। আনন্দিত মনে পৰিত্ৰ চৰিত্ৰ। সত্ৰ কৰিলন্ত। আসামে বিচিত্ৰ। ধৰ্ম স্থাপিল। এহি চাৰি সত্ৰ। প্ৰক্ষাত তৈলত্ত। ধৰ্ম একমাত্ৰ। কুৰাবাহী সম্ভ। ৰাজ মান্য পাত্ৰ। ৰাজাৰ আজ্ঞাত। বেদ ব্যৱহাৰ। ডিফলু সত্ৰত। কৰ্ম্মৰ প্ৰচাৰ। চন্দ্ৰ তহিত। সংহতি ব্ৰহ্মৰ। ৰহিল নিশ্চিত। এ চাৰি সত্ৰৰ। বৈষ্ণবক লৈয়া। দেবতাৰ দেব। ভাগৱত কৈয়া জগতৰ সেব। হৰি নাম গায়া। গোবিল যাদব। ভক্তি প্ৰৰ্তাৰা। ব্ৰজৰ বান্ধৱ। শাস্ত্ৰ অভিপ্ৰাই। বংশীবদন। ধৰ্ম এবৰ্তাই। | গোপাল মন।