পৃষ্ঠা:সন্তমালা.djvu/১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সন্তমালা। অৰ্থাৎ ঈশ্বৰ অৱতাৰৰ সংক্ষিপ্ত বিবৰণ ও হৰিভক্তি ধৰ্ম প্ৰচাৰক ব্ৰহ্ম সংহতি সন্ত সকলৰ মুঠ জীবনী। শ্ৰীকোষেশ্বৰ দেব গোস্বামী ৰচিত। শ্ৰীমতিৰাম পণ্ডিতৰ দ্বাৰা সম্পাদিত। এবং শ্ৰীযুক্ত শিবনাথ ভট্টাচাৰ্য্য দ্বাৰা সংশোধিত ও প্ৰকাশিত। প্ৰথম তাঙ্গণ। কলিকাতা, ৬নং কলেজ-স্কোৱাৰ, সাম্য-যন্ত্ৰত, শেখ আবদুল লতিফ বা ছপা হল। = ১৮২৯ক, ঠৈ মাস।