পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৩৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫১
পুৰণি সঙ্গীত।

যোহি নাৰায়ণ  মায়া বিস্তাৰি,
 কৰু ত্ৰিজগত নিৰমাণ।
সনক সনাতন  যোগী যাকেৰি
 মহিমা কবহু নজান।
চাৰি বেদ শিৰোমণি মাজে
 যাকেৰি চৰণ বিকাশ।
সোহি দেৱক কয়লি কলিকো
 শঙ্কৰ দেৱ পৰকাশ।
ত্ৰিভুবন বন্দন দৈবকী নন্দন
 যোহৰি মাৰল কংস।
জগজন তাৰণ দেব নাৰায়ণ
 শঙ্কৰ তাকেৰি অংশ।
মায়া নৰতনু ধৰি হৰি ভকতি
 কয়লি বহু পৰচাৰ।
সকল চৰাচৰ পালনকাৰী
 যোহি দেৱকো দেৱা।
চতুৰ বয়ন শিৱ সূৰপতি যাকেৰি
 চৰণে কৰু নিত্য সেৱা।