সমললৈ যাওক

পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৩৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪২
সঙ্গীত-কোষ।

২৭
ৰাগ--শ্ৰী।

 শ্যাম মনোহৰ হৰয়ে নাগৰ জানে লো।
 হামাৰি জীবন কানু হাসি হৰল ৰে
  কালা অঙ্গে তিনি ঠানে লো।
ভ্ৰূম মদন ধনু  চিত নিবেশিত
  বঙ্কিম নয়ন পঞ্চম বানে।
অমিয়া মধুৰ বাণি   মোহমন্তৰ জলি
  ঘনে ঘনে কৰতু সন্ধানে।
মোহন বংশীৰ গানে   হৰল চেতন মন
  মৰম ভেদল বৰ টানে।
কহয় মাধৱ মাই   কানাই জীৱন বিনে
  কভো নাহি ৰহত পৰাণে॥