পৃষ্ঠা:সঙ্গীত-কোষ.djvu/২১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৫
ৰহস্য-সঙ্গীত।

২৫

ইমান পূৰৱী—একতালা।

নাৰীৰ মন বুজিব কোনে প্রেমিক যিজন
 সেয়ে হে বুজে,
ভােমােৰা প্রেমিক দেখি ফুলে মাথােন
 তেওঁকে খােজে।
আজলি অবলা বালা,  ভাবি ভাবি জ্বলা-কলা
যিজনে প্রেম নেজানে তেওঁনাে কিয় আশাত মজে।
নিকুঞ্জ কাননে পশি,  মলয়া বতাহে ঢুলি
প্রেমিকাই প্রেমিক প্রাণক আপােন ভাবি
 ৰঙ্গেৰে পূজে।
 বিনন্দিৰাম।