পৃষ্ঠা:সঙ্গীত-কোষ.djvu/১৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৮
সঙ্গীত-কোষ।

পিলু—যৎ।

শুন্‌চাহ্‌না না আপী গিলা
 খাজ্‌না বাৰেইছি,
দিবা নল্লি নিবােক্‌ ধৰি
 পেদা লগেই দি।
এনাই কথা কিয়া কহ্‌,
চপ্‌কে আপি বিয়া বহ্‌,
কাণা কুজা বুৰা ঠাৰা
 আকোই নাবেচ্‌ বি॥
 সত্যনাথ বৰা, বি, এল্‌।

মাঝ—একতালা।

আজি পৰিলা ধৰা পৰিলা,
 হেৰা সুভাষিণি।
কিয় তল মুখে চাই হাঁহা,
 হেৰা সুভাষিণি।