সমললৈ যাওক

পৃষ্ঠা:সংস্কৃত নাটকৰ সাধু.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সম্পদ বাঢ়িছে তেন্তে তাৰ বাবে পাবলগীয়া ধন্যবাদ তেওবেই। এই গল্পবোৰৰ কেইটামান বঁহীত ওলোৱাৰে পৰা যিসকল কৃতবিদ্য লোকে লেখকক অভিনন্দিত কৰি সেইবোৰ কিতাপৰ আকাৰত পাবলৈ মুখেৰে নাইবা চিঠিৰে আগ্ৰহ প্ৰকাশ কৰি আহিছে, তেওঁলোকলৈও এই ছেগতে লেখকৰ আন্তৰিক ধন্যবাদ আপ বঢ়োৱা হ'ল। ইতি। তেজপুৰ। বিনীত ১৮৭০ শক, ভাদ। গ্ৰন্থকাৰ। সুচী পৃষ্ঠা ... ... ... ১ ... ... ১২৯ নাম ১। মৃচ্ছকটিকা ২। বিমোৰ্বশী ৩। শকুন্তলা ৪। মালবিকাগ্নিমিত্ৰ ৫। মালতী-মাধৱ ৬। মহাবীৰচৰিত ॥ উত্তৰ ৰামচৰিত ১৬১ ... ৩৫১