এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
জননী।
শীতলা।
বসন্ত ৰোগত শীতলৰ স্তৱ স্তুতিৰ বাহিৰে অন্য
মন্ত্ৰ বা ঔযধত গুণ নহয় এইটি সকলোৱেই জানে
আৰু তাতে কেইজন মানে শীতলৰ নিমিত্তে অনুৰোধ
কৰা দেখি, বহু পুৰুষাৰ্থেৰে প্ৰাচিন পুথি বিচাৰি
জয়ৰাম কবিৰ ৰচিত পুথিৰ পৰা প্ৰকাশিলে।
ইয়াত নানা তৰহেৰে স্তৱ, স্তুতি, নাম, পদ, ঘোষ।
আদিৰে ভাগে ভাগে লিখা আছে, কাগজ আৰু
ছপাও উত্তম। বেচ • তিনি আশাৰ ঠাই: /
অনা মাথোন।
ধৰ্মসংবৃাদ।
.-০০০-
ধৰ্ম্ময় চণ্ডাল বেশেৰে মহাৰাজ যুধিষ্ঠিৰক ছলনাৰ,
প্ৰশ্ন স্বৰূপে গৃহশ্ৰমী সকললৈ দিয়া ধম্মোপদেশ পূৰ্ণ
গ্ৰন্থ। শিবসিংহ ৰজাৰ আদেশ মতে ৩ কবি
দ্বিজ নাথে মহাভাৰতৰ অন্তৰ্গত অশ্বমেধ পৰ্বৰ পৰা
অসমীয়া পদত লিখা। বেচ। এমহাৰ ঠাইত
এক আনা মাথোন।
শ্ৰীনন্দেৰ চক্ৰবৰ্তী।
পোঃ আঃ ৰিহাবাৰি